ভীষ্মক (সংস্কৃত: भीष्मक), আছিল বিদৰ্ভ ৰাজ্যৰ ৰজা।[1] তেওঁক “হিৰণ্যৰমন” বুলিও জনা যায়।[2] তেওঁৰ ৰাজধানীৰ নাম কুণ্ডিন নগৰ আছিল। বৰ্তমানৰ শদিয়াতে আগৰ কুণ্ডিল নগৰ আছিল বুলি মানুহে বিশ্বাস কৰে[3] যদিও বিদৰ্ভ ৰাজ্যৰ ৰাজধানী কুণ্ডিনাপুৰ মহাৰাষ্ট্ৰত অৱস্থিত।[4] ভীষ্মক ৰজাৰ ৰুক্মি প্ৰভৃতি পাঁচজন পুত্ৰ আৰু ৰুক্মিণী নামেৰে এগৰাকী কন্যা আছিল।[3] বৰ্তমানৰ কুণ্ডিলপানী নামৰ নদীয়ে কুণ্ডিল ৰাজ্যৰ স্মৃতি সোঁৱৰাই দিয়ে।

ভীষ্মক

ভীষ্মক আৰু কৃষ্ণ একেলগে
সন্তান ৰুক্মি (পুত্ৰ), ৰুক্মিণী (কণ্যা)
হিন্দু পাঠ্য হৰিবংশ, পুৰাণ
অঞ্চল বিদৰ্ভ

তেওঁৰ ৰুক্মি, ৰুক্মৰথ, ৰুক্মবাহু, ৰুক্মকেশ আৰু ৰুক্মনেত্ৰ নামে পাঁচজন পুত্ৰ[5] আৰু ৰুক্মিণী নামে এগৰাকী পৰামা সুন্দৰী কণ্যা আছিল।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Dowson, John (1879) (en ভাষাত). A Classical Dictionary of Hindu Mythology and Religion, Geography, History, and Literature. Trübner. পৃষ্ঠা. 54. https://books.google.com/books?id=u22JJclPaBUC&dq=bhishmaka+story&pg=PA54. 
  2. www.wisdomlib.org (2020-04-01). "Section CLIX [Mahabharata, English"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/the-mahabharata-mohan/d/doc375096.html। আহৰণ কৰা হৈছে: 2022-08-15. 
  3. 3.0 3.1 ভূপেন্দ্ৰ নাথ চৌধুৰী (১৯৯৫). "ৰামায়ণ-মহাভাৰতৰ সময়ৰ প্ৰাচীন কামৰূপৰ ৰজাসকলৰ কথা". সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ১২. 
  4. Pimpri–Chinchiwad History Archived 28 September 2008 at the Wayback Machine
  5. Ayyar, P. V. Jagadisa (1982) (en ভাষাত). South Indian Shrines: Illustrated. Asian Educational Services. পৃষ্ঠা. 29. ISBN 978-81-206-0151-2. https://books.google.com/books?id=NLSGFW1uZboC&dq=rukmini+purana&pg=PA29.