ভুৱনেশ্বৰী
এই article সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
ভুৱনেশ্বৰী (সংস্কৃত: भुवनेश्वरी) হিন্দু ধৰ্ম অনুসৰি দহ দশ মহাবিদ্যাৰ চতুৰ্থগৰাকী দেৱী বা বিশ্ব সৃষ্টিৰ বাবে পাৰ্থিৱ ব্ৰাহ্মাণ্ডৰ উপাদান হিচাপে দুৰ্গা। "ভুৱনেশ্বৰী" শব্দটো সংস্কৃত ভুৱন ঈশ্বৰীৰ পৰা আহিছে যাৰ অৰ্থ "বিশ্বসমূহৰ দেৱী" । বিশ্বসমূহে ত্ৰি-ভুৱনক বুজাইছে, ভুঃ (পৃথিৱী), ভুৱঃ (পৰিবেশ) আৰু শ্ব (স্বৰ্গ)। দেৱী ভুৱনেশ্বৰীৰ সগুণ ৰূপ হৈছে পাৰ্বতী আৰু সংগী শিৱ।
ভুৱনেশ্বৰী | |
---|---|
দেৱনাগৰী | भुवनेश्वरी |
সংস্কৃত লিপ্যন্তৰ | ভুৱন ঈশ্বৰী অম্বিকা |
সম্পৰ্ক | দেৱী, মহাবিদ্যা, দুৰ্গা |
গ্ৰহ | মণিদ্বীপ, ত্ৰিভুৱন |
অস্ত্ৰ | খৰ্গ, তৰোৱাল |
সঙ্গী | শিৱ |
বাহন | নিষ্ক্ৰিয় বা মৃতদেহৰ দৰে থকা শিৱ |
মন্দিৰ
সম্পাদনা কৰকভাৰতৰ ভুৱনেশ্বৰী দেৱীৰ প্ৰতি উৎসৰ্গীকৃত কেইবাটাও মন্দিৰ আছে। দক্ষিণ ভাৰতত শ্ৰীবিদ্যা পৰম্পৰাৰ বেছিভাগ উপাসকে তেওঁক পূজা কৰে। কেৰালাতো শাক্তসকলৰ মাজত তেওঁ জনপ্ৰিয়।
- সকলোতকৈ গুৰুত্বপূৰ্ণ শক্তি পীঠ উত্তৰ শ্ৰী লংকাৰ জাফনা উপদ্বীপৰ ওচৰৰ নাইনাটিৱু (মণিপলৱম)ত অৱস্থিত। তেওঁৰ সংগী শিৱৰ এক অৱতাৰ লিংগৰাজ। তেওঁক ভুৱনেশ্বৰৰ দেৱীৰূপে ওড়িষাৰ উৎকল ব্ৰাহ্মণসকলে পূজা কৰে।
- তামিলনাডুৰ পুডুকটাইত আন এটা মন্দিৰ অৱস্থিত। পুৰী জগন্নাথ মন্দিৰতো তেওঁক সুভদ্ৰাৰ ৰূপত পূজা কৰা হয়।
- ওড়িষাৰ চামলেশ্বৰী মন্দিৰ আৰু কটক চণ্ডী মন্দিৰত তেওঁৰ পূজা কৰা হয়।
- অসমৰ গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ ওচৰতো ভুৱনেশ্বৰীৰ এটা পৃথক মন্দিৰ অৱস্থিত।[1]
- কৰ্নাটকৰ মহীশূৰৰ ৰাজপ্ৰসাদৰ ওচৰত এটা ভূৱনেশ্বৰী মন্দিৰ আছে।
- গুজৰাটৰ গোন্দাত ১৯৪৬ চনত ভুৱনেশ্বৰী মন্দিৰ স্থাপন কৰা হৈছিল।
- কেৰালাৰ আডুৰৰ চুৰাক'ডুত এটা ভুৱনেশ্বৰী মন্দিৰ আছে।
- মাহাৰাষ্ট্ৰৰ চাংলি জিলাত ভুৱনেশ্বৰী দেৱীৰ মন্দিৰ অৱস্থিত।.
- উত্তৰ আমেৰিকাত পণ্টিআক, মিচিগানৰ পৰশক্তি মন্দিৰত ভুৱনেশ্বৰীৰ উপাসনা কৰা হয়।[2]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Bhuvaneswari Temple". ixigo.com. https://www.ixigo.com/bhuvaneswari-temple-guwahati-india-ne-1273755। আহৰণ কৰা হৈছে: 28 মে' 2016.
- ↑ "Welcome to Parashakthi (Eternal Mother) Amman Temple, Pontiac, Michigan, USA". Parashakthitemple.org. http://www.parashakthitemple.org/bhuvanehswari.aspx। আহৰণ কৰা হৈছে: 2012-03-03.
অতিৰিক্ত পঠন
সম্পাদনা কৰক- Tantric Yoga and the Wisdom Goddesses: David Frawley
- Hindu Goddesses: Vision of the Divine Feminine in the Hindu Religious Traditions (ISBN 81-208-0379-5) by David Kinsley
গেলেৰী
সম্পাদনা কৰক