ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১২-১৩)
এই তালিকাখন অসম্পূৰ্ণ; আপুনি ইয়াক বিস্তাৰ কৰাত সহায় কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগেয়ে অনুগ্ৰহ কৰি সহায়িকাখন এবাৰ চকু ফুৰাব। |
# | থিয়েটাৰ (প্ৰযোজক) | নাটক | নাট্যকাৰ | অভিনয়ত |
---|---|---|---|---|
১ | বৃন্দাৱন থিয়েটাৰ (গণেশ ৰায় মেধি (বংকিম)) |
ময়ূৰী তোমাক ভাল পাওঁ | অভিজিত ভট্টাচাৰ্য | প্ৰসেনজিৎ, মুনমী ফুকন, চিন্ময় কটকী, চম্পক শৰ্মা, কল্পনা শৰ্মা আদি[1][2] |
জবাব | চম্পক শৰ্মা | |||
অঞ্জলি | অভিজিত ভট্টাচাৰ্য | |||
২ | থিয়েটাৰ ভাগ্যদেৱী (সুবোধ মজুমদাৰ) |
দুচকু | অভিজিত ভট্টাচাৰ্য | যতীন বৰা, সংগীতা ডেকা, সঞ্জীৱ শৰ্মা, বিনয় ডেকা, শ্ৰীমন্ত মাধৱ দত্ত, দেৱজিত শৰ্মা, গুঞ্জন চৌধুৰী, ৰুবুল কলিতা, অৰ্চনা পূজাৰী, মুনু শইকীয়া আদি[3] |
জোনাক | মুনিন বৰুৱা | |||
মৰম এজাক ধুমুহা | অভিজিত ভট্টাচাৰ্য | |||
৩ | শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ (বিশ্ব শইকীয়া) |
চিত্ৰহাৰৰ মধুবালা (পৰিচালনাঃ প্ৰদীপ নিশিথ) |
প্ৰদীপ নিশিথ | মমী ডেকা, প্ৰদীপ নিশিথ, অৰুণ হাজৰিকা, জেফি বক্সী গজেন চৌধুৰী, গুণেন বৰা, পল্লৱী বৰা, জুলি শইকীয়া, মনজ্যোৎস্না, গীতাৱলী বৰা, আদি[4] |
এখনি নীলা চাদৰ (পৰিচালনাঃ ৰাজেশ ভূঞা) |
সমৰেন্দ্ৰ্ বৰ্মন | |||
লটকণৰ লটি-ঘটি | সেৱাব্ৰত বৰুৱা | |||
৪ | আৱাহন থিয়েটাৰ (কৃষ্ণ ৰয়) |
তেজ | অভিজিৎ ভট্টাচাৰ্য | ৰবি শৰ্মা, মৈত্ৰেয়ী প্ৰিয়দৰ্শিনী, ভূপেন ডেকা, অৰুণ বৰা, অভিজিৎ গোস্বামী, চন্দন বৰা, জোনালী দেৱী, নীলিমা ডেকা, পপী শৰ্মা আদি[2] |
প্ৰশান্ত ফুকনৰ প্ৰেমপত্ৰ | অভিজিৎ ভট্টাচাৰ্য | |||
গৃহযুদ্ধ' | মুনিন বৰুৱা | |||
৫ | কহিনুৰ থিয়েটাৰ (ৰতন লহকৰ) |
হিয়াত এপাহি গোলাপ | অভিজিৎ ভট্টাচাৰ্য | তপন দাস, আঙুৰলতা, ধৰ্মেন্দ্ৰ নাথ, দুলুমনি ডেকা, হীৰেন মেধি, দীপক তালুকদাৰ, তুষাৰ প্ৰীতম, জিতু ডেকা, ৰাজশ্ৰী বৰা, গিৰিজা শৰ্মা, নৱ দত্ত, পংকজ বৰা, ৰঞ্জুশ্ৰী বৰা আদি[2] |
এৰাবাটৰ সুৰ | অভিজিৎ ভট্টাচাৰ্য | |||
জেদ | অভিজিত ভট্টাচাৰ্য | |||
সেন্দূৰ | হেমন্ত দত্ত | |||
৬ | ৰাজতিলক থিয়েটাৰ (দুলুমনি দাস, পৃষ্ঠপোষক: সুশান্ত বিশ্ব শৰ্মা) |
সপোনৰ শেষ নাই | নিৰ্মল দাস | মৃদুল ভূঞা, বৰষাৰাণী বিষয়া, দ্বিপেন ভূঞা, উৎপল ঠাকুৰীয়া, দীপক কলিতা, বন্দনা ডেকা, মুকিব আহমেদ, সত্যব্ৰত বৰুৱা, মনোজ সাউদ, নিৰঞ্জন দাস, গীতাঞ্জলি বৰা আদি[2] |
ৰণহুংকাৰ | অভিজিৎ ভট্টাচাৰ্য | |||
মাজনীৰ মনৰ মানুহ | অভিজিৎ ভট্টাচাৰ্য | |||
৭ | প্ৰাগজ্যোতিষ থিয়েটাৰ (দীপ দাস) |
গ্লেমাৰ | অৱতাৰ সিং | অৰুণ বেজবৰুৱা, অশ্বিনী বৰুৱা, প্ৰদীপ বৰা, তপন শইকীয়া, ফ্ৰেংকি, পল ফুকন, অংকিতা আদি[2] |
তোমাৰ প্ৰেমৰ শপত | সমৰেন্দ্ৰ বৰ্মন | |||
মই আৰু মোৰ ঐশ্চৰ্য ৰায় | অভিজিৎ ভট্টাচাৰ্য | |||
৮ | অমৰাৱতী থিয়েটাৰ (ৰবীন তালুকদাৰ) |
ৰং কিনিবা কোনে | সেৱাব্ৰত বৰুৱা | ভৱেশ বৰুৱা, তাৰক দাস, দ্বিপন ভৰালী, দুলাল শৰ্মা, পুলক শৰ্মা, অলকেশপ্ৰাণ মহন্ত, ভ্ৰান্তি, মধুস্মিতা আদি[2] |
অহংকাৰ | সমৰেন্দ্ৰ বৰ্মন | |||
ভীষ্ম | অভিজিৎ ভট্টাচাৰ্য | |||
৯ | ইতিহাস থিয়েটাৰ (ফণীধৰ তালুকদাৰ) |
ৰাজনীতি | সমৰেন্দ্ৰ বৰ্মন | ৰাজীৱ গোস্বামী, কবিতা চুতীয়া, দীপ বৈশ্য, যোগেশ কাশ্যপ, নিৰ্মল দত্ত, ৰাগ ঐনিতম, চন্দনা শৰ্মা আদি[2] |
দাদা | সেৱাব্ৰত বৰুৱা | |||
বীৰ | সমৰেন্দ্ৰ বৰ্মন | |||
১০ | হেঙুল থিয়েটাৰ (সংকল্পজিৎ হাজৰিকা) |
বাৰমাহ বাৰদিন | নিৰঞ্জন পৰাশৰ | প্ৰস্তুতি পৰাশৰ, বিপুল বৰা, আলোকজ্যোতি, ভাস্কৰ তামুলী, যতীনজিৎ বৰুৱা, ৰেখা লাহন, পাপৰি, ৰাজকুমাৰ আদি[2] |
অস্ত্ৰ | মুনিন বৰুৱা | |||
বিজয়া দশমী | অভিজিৎ ভট্টাচাৰ্য | |||
১১ | বৰদৈচিলা থিয়েটাৰ (নজৰুল ইছলাম) |
ধেমলিতে ধুমুহা | শ্যামসুন্দৰ জালান | আকাশদ্বীপ, বিৰাজবল্লভ, মুহি বৰা, কৃষ্ণমণি নাথ, প্ৰণৱ শৰ্মা, অমৰ মোক্তাব, ভাস্কৰ বৰ্মন, ঋতুৰাজ, ৰাজদ্বীপ, নিশা কাশ্যপ, ননী দেৱী, কণিকা বৰ্মন, প্ৰিয়া কাশ্যপ আদি[2] |
দখল-২ | সেৱাব্ৰত বৰুৱা | |||
মৃত্যু তোমাক চালাম | অভিজিৎ ভট্টাচাৰ্য | |||
১২ | থিয়েটাৰ সূৰুয (মনোজ বৰগোহাঞি) |
মনে বিচাৰে কইনা | অৱতাৰ সিং | জিতু গগৈ, মাচুম শইকীয়া, ৰাতুল বড়া, হেমন্ত হাজৰিকা, দ্বিপেন বৰুৱা, কল্যাণ চমুৱা, নন্দেশ্বৰ কলিতা, বিজু বৰা, মিছ বিস্মিতা, কাকলি আদি[5] |
অজলাৰ বিয়াৰ উৰুলি | দিলীপ বৰা | |||
প্ৰশান্ত সাগৰ | নীলমণি দত্ত | |||
মোক স্বামী নালাগে | ভৱেন বৰুৱা |
লগতে চাওক
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ ত্ৰিকোণ প্ৰেমৰ কাহিনীৰে বৃন্দাবনত 'ময়ূৰী তোমাক ভাল পাওঁ', চিত্ৰবাণী পৃষ্ঠা, আমাৰ অসম, ১৬ মে, ২০১২
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 2.8 মণ্টু শইকীয়া, ৫০ বছৰত ভ্ৰাম্যমাণ থিয়েটাৰ, পূৰ্বাচল, 'আমাৰ অসম' কাকতৰ দেওবৰীয়া আলোচনী, ১২ আগষ্ট, ২০১২
- ↑ মনোৰঞ্জন কলিতা, অভিজিতৰ 'দুচকু'ক লৈ থিয়েটাৰ ভাগ্যদেৱীৰ বিশেষ আয়োজন, সাপ্তাহান্তিক, আমাৰ অসমৰ পৰিপূৰিকা, ১৯ মে, ২০১২
- ↑ বিপ্লৱ চেতিয়া, শংকৰদেৱত 'চিত্ৰহাৰৰ মধুবালা', সাপ্তাহান্তিক, আমাৰ অসমৰ পৰিপূৰিকা, ২৮ জুলাই, ২০১২
- ↑ মনোজ মাধৱ, ২৭ আগষ্টত 'সূৰুয'ৰ যাত্ৰাৰ শুভাৰম্ভ, সাপ্তাহান্তিক, 'আমাৰ অসম' কাকতৰ শনিবৰীয়া পৰিপূৰিকা, ২৫ আগষ্ট, ২০১২