ময়নুল হক
(মইনুল হকৰ পৰা পুনঃনিৰ্দেশিত)
মইনুল হক (ইংৰাজী: Moinul Haque) অসমৰ এজন মূকাভিনয় শিল্পী৷ তেওঁ প্ৰায় ১৯৭০ চনৰ পৰা মূকাভিনয় প্ৰদৰ্শন কৰি আহিছে৷ তেওঁ পোন প্ৰথম বাৰৰ বাবে উত্তৰ-পূব ভাৰতত মাইম একাডেমীৰ প্ৰতিষ্ঠা কৰে৷ মূকাভিনয় ক্ষেত্ৰত ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা জলপানি লাভ কৰা হকে ২০০৯ চনত সংগীত নাটক অকাডেমী বঁটা লাভ কৰে৷ তেওঁ “The Thief”, “The Puppet”, “Mask Maker”, “Paisa” “The Bridge” আদি অনেক মূকাভিনয়ৰ সৃষ্টি কৰে৷[1]
ময়নুল হক | |
---|---|
দেশ | ভাৰতীয় |
বঁটা | সংগীত নাটক অকাডেমী বঁটা |
বিভিন্ন কৃতকাৰ্যতা
সম্পাদনা কৰক- সংগীত নাটক অকাডেমী বঁটা 2009[2]
- উত্তৰ-পূব ভাৰতৰ প্ৰথম মাইম একাডেমী প্ৰতিষ্ঠা ১৯৯১
- ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা জলপানি লাভ৷
- ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অন্তৰ্গত নতুন দিল্লীৰ Center for Cultural Resources and Training-ৰ প্ৰশিক্ষক৷
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ The Art of Mime by Artist Moinul Haque সংগ্ৰহৰ সময়- ১০ ফেব্ৰুৱাৰী ২০১২
- ↑ Master of mime সংগ্ৰহৰ সময়- ১০ ফেব্ৰুৱাৰী ২০১২
বাহ্যিক সংযোগ
সম্পাদনা কৰক- http://www.thehindu.com/arts/article113421.ece
- http://www.merinews.com/article/mime-artist-haque-receives-sangeet-natak-academi-award/15798352.shtml Archived 2010-02-20 at the Wayback Machine
- http://www.mimeindia.in/groups/Mime_Academy.php Archived 2016-03-04 at the Wayback Machine
- http://www.thehindu.com/arts/article113421.ece