অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। আলোচনা পৃষ্ঠাত এই সম্পৰ্কে অধিক তথ্য থাকিব পাৰে, সম্পাদনা কৰা পূৰ্বে সেয়াও এবাৰ চকু ফুৰাই চাই যেন। |
মণিপুৰ উচ্চ ন্যায়ালয় হৈছে ভাৰতৰ মণিপুৰ ৰাজ্যৰ উচ্চ ন্যায়ালয়।[1] ভাৰতৰ সংবিধান আৰু উত্তৰ-পূব অঞ্চল (পুনৰ সংগঠন) আইন, ১৯৭১ত উপযুক্ত সংশোধন কৰি, ২০১৩ চনৰ ২৫ মাৰ্চত প্ৰতিষ্ঠা কৰা হয়।উচ্চ ন্যায়ালয়ৰ আসন মণিপুৰৰ ৰাজধানী ইম্ফলত। প্ৰথম মুখ্য ন্যায়াধীশ ন্যায়াধীশ অভয় মনোহৰ সপ্ৰে। ইয়াৰ পূৰ্বে গৌহাটী উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠৰ অধিকাৰ মণিপুৰ ৰাজ্যৰ ওপৰত আছিল।