মণি ৰত্নম

ভাৰতীয় অভিনেতা


মণি ৰত্নম (ইংৰাজী: Mani Ratnam; জন্ম: জুন ২, ১৯৫৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ। তেখেত মূলতঃ তামিল ভাষাৰ চলচ্চিত্ৰৰ সৈতে জড়িত।

মণি ৰত্নম
জন্ম গোপাল ৰত্নম সুব্ৰমণিয়াম
২ জুন, ১৯৫৬ (৬৭ বছৰ)
মাদুৰাই, তামিলনাডু, ভাৰত
বাসগৃহ চেন্নাই, তামিলনাডু, ভাৰত
পেচা পৰিচালক
প্ৰযোজক
চিত্ৰনাট্যকাৰ
সক্ৰিয় হৈ থকা সময় ১৯৮৩—বৰ্তমানলৈ
দাম্পত্যসঙ্গী সুহাসিনী মণিৰত্নম (বি. ১৯৮৮)
সন্তান নন্দন (জন্ম ১৯৯১)

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক