১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০  

২ জুন (ইংৰাজী: 2 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৩তম (অধিবৰ্ষত ১৫৪তম) দিন। বছৰ শেষ হ'বলৈ ২১২ দিন বাকী থাকে।

ঘটনাবলীসম্পাদনা কৰক

  • ১৯৭৯ - পোপ দ্বিতীয় জন পল, মাতৃভূমি পোলেণ্ড ভ্ৰমণ আৰম্ভ কৰে; তেওঁ হৈছে কোনো কমিউনিষ্ট দেশ ভ্ৰমণকাৰী প্ৰথম পোপ।
  • ১৯৯৯ - ভুটান ব্ৰডকাষ্টিং ছাৰ্ভিছ প্ৰথমবাৰৰ বাবে দেশত টেলিভিছন সম্প্ৰচাৰ আৰম্ভ কৰে।

জন্মসম্পাদনা কৰক

  • ১৫৩৫ - পোপ একাদশ লিও (মৃত্যু: ১৬০৫)।
  • ১৭৩১ - মাৰ্থা ৱাচিংটন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ফাৰ্ষ্ট লেডি (মৃ. ১৮০২)
  • ১৮৬৫ - জৰ্জ লোহমেন, ইংৰাজ ক্ৰিকেটাৰ। (মৃ. ১৯০১)
  • ১৯৪৬ - লাছে হালস্ত্ৰোম, ছুয়েডীয় চলচ্চিত্ৰ পৰিচালক।
  • ১৯৬৫ - মাৰ্ক ৱাহ, অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ।
  • ১৯৮১ - ৰাছেদ উদ্দিন আহমেদ তপু - বাংলাদেশী সঙ্গীতশিল্পী।
  • ১৯৮৭ - এঞ্জেলো মেথিউছ, শ্ৰীলংকান আন্তৰ্জাতিক ক্ৰিকেটাৰ।
  • ১৯৮৭ - সোনাক্ষী সিনহা, ভাৰতীয় বলিউড অভিনেত্ৰী।

মৃত্যুসম্পাদনা কৰক

  • ১৯৭৫ - দেবেন্দ্ৰ মোহন বসু, ভাৰতীয় পদাৰ্থবিজ্ঞানী। (জ. ১৮৮৫)
  • ১৯৭৭ - ষ্টিভেন বয়েড, উত্তৰ আয়াৰলেণ্ডৰ অভিনেতা। (জ. ১৯৩১)
  • ১৯৮১ - আকবৰ হোছেইন, বঙালী কথাশিল্পী আৰু ঔপন্যাসিক। (জ. ১৯১৭)
  • ১৯৮৮ - ৰাজ কাপুৰ, ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা। (জ. ১৯২৪)
  • ১৯৯০ - ৰেক্স হাৰিছন, ইংৰাজ অভিনেতা। (জ. ১৯০৮)
  • ২০১৫ - বিজয়া ৰায়, সত্যজিৎ ৰায়ৰ স্ত্ৰী। (জ. ১৯১৭)
  • ২০১৯ - মমতাজউদ্দীন আহমদ, বাংলাদেশী নাট্যকাৰ, অভিনেতা আৰু ভাষা-সৈনিক। (জ. ১৯৩৫)