মাধৈমালতী বা মাধৱী লতা (বৈজ্ঞানিক নাম: Combretum indicum) এবিধ লতাজাতীয় গছ। ই Combretaceae। পৰিয়ালৰ অন্তৰ্গত এটা প্ৰজাতি। লতা অতি খীণ, বহু বছৰ হলে শকত হয়। পাতৰ সাজোন বিপৰীত-মুখী। পাত আয়তকাৰ, ডিম্বাকৃতি আৰু আগ সৰু; কাষত পাতল ঢউ খেলোৱা।

মালতী
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Myrtales
পৰিয়াল: Combretaceae
গণ: Combretum
প্ৰজাতি: C. indicum
বৈজ্ঞানিক নাম
Combretum indicum
(L.) DeFilipps
সমাৰ্থক

Quisqualis indica L.

ইয়াৰ অন্য নামবোৰ হৈছে Quiscual (স্পেনিছ), Niyog-niyogan (ফিলিপিনো), মধুমালতি বা মধু মালতি (হিন্দী), ମଧୁ ମାଳତି মধুমালতি (উড়িয়া), মাধবীলতা (বাংলা), মধুমালোতি (মেইটেই), Akar Dani আকাৰ ডানি (মালয) , ৰংগন মালি இரங்கூன் மல்லி (তামিল) আৰু ৰাধা মনোহৰম (তেলেগু)।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

লগতে চাওক সম্পাদনা কৰক

বহিঃসংযোগ সম্পাদনা কৰক