মইনুল হক (ইংৰাজী: Moinul Haque) অসমৰ এজন মূকাভিনয় শিল্পী৷ তেওঁ প্ৰায় ১৯৭০ চনৰ পৰা মূকাভিনয় প্ৰদৰ্শন কৰি আহিছে৷ তেওঁ পোন প্ৰথম বাৰৰ বাবে উত্তৰ-পূব ভাৰতমাইম একাডেমীৰ প্ৰতিষ্ঠা কৰে৷ মূকাভিনয় ক্ষেত্ৰত ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা জলপানি লাভ কৰা হকে ২০০৯ চনত সংগীত নাটক অকাডেমী বঁটা লাভ কৰে৷ তেওঁ “The Thief”, “The Puppet”, “Mask Maker”, “Paisa” “The Bridge” আদি অনেক মূকাভিনয়ৰ সৃষ্টি কৰে৷[1]

ময়নুল হক
দেশ ভাৰতীয়
বঁটা সংগীত নাটক অকাডেমী বঁটা

বিভিন্ন কৃতকাৰ্যতা সম্পাদনা কৰক

 
মূকাভিনয় কৰাৰ সময়ত ময়নুল হক
  1. সংগীত নাটক অকাডেমী বঁটা 2009[2]
  2. উত্তৰ-পূব ভাৰতৰ প্ৰথম মাইম একাডেমী প্ৰতিষ্ঠা ১৯৯১
  3. ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা জলপানি লাভ৷
  4. ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অন্তৰ্গত নতুন দিল্লীৰ Center for Cultural Resources and Training-ৰ প্ৰশিক্ষক৷







তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. The Art of Mime by Artist Moinul Haque সংগ্ৰহৰ সময়- ১০ ফেব্ৰুৱাৰী ২০১২
  2. Master of mime সংগ্ৰহৰ সময়- ১০ ফেব্ৰুৱাৰী ২০১২

বাহ্যিক সংযোগ সম্পাদনা কৰক