মল্লভূম
মল্লভূম বৰ্তমান ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ বাংকুৰা জিলাৰ বিষ্ণুপুৰ চহৰৰ পৰা মল্লবংশৰ দ্বাৰা শাসিত প্ৰাচীন ৰাজ্য।
মল্লভূম ৰাজ্য | ||
---|---|---|
ৰাজধানী | লৌগ্ৰাম প্ৰদ্যুম্নপুৰ বিষ্ণুপুৰ | |
চৰকাৰ | ৰাজতন্ত্ৰ |
বিস্তাৰ
সম্পাদনা কৰকবিষ্ণুপুৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলটোক মল্লভূম বুলি কোৱা হৈছিল। বৰ্তমানৰ বাংকুৰা থানাৰ মূল অঞ্চলটো (ছাতনা, ওন্দা, বিষ্ণুপুৰ, কোতুলপুৰ আৰু ইন্দাসৰ বাহিৰে) মল্লভূম ৰাজ্যৰ আছিল। আগতে বিষ্ণুপুৰ ৰাজ্যৰ সম্প্ৰসাৰণ অতি বৃহৎ আছিল। উত্তৰে সন্থাল পৰগনাৰ দামিন-ই-কোহৰ পৰা দক্ষিণে মেদিনীপুৰ জিলালৈকে এই ৰাজ্য বিস্তৃত আছিল। বৰ্ধমান জিলাৰ পূব অংশ আৰু চোটোনাগপুৰ মালভূমিৰ কিছু অংশ এই ৰাজ্যৰ অন্তৰ্গত আছিল।[1]
বিষ্ণুপুৰৰ ৰজাসকলক মল্ল ৰাজা বুলি কোৱা হৈছিল। সংস্কৃতত "মল্ল" শব্দৰ অৰ্থ হ'ল মল্লযুঁজাৰু। কিন্তু এই অঞ্চলৰ মাল জনগোষ্ঠীৰ নামৰ লগত এই নামটো জড়িত হোৱাটো সম্ভৱ।[1]
খ্ৰীষ্টীয় সপ্তম শতিকাৰ পৰা ব্ৰিটিছ শাসনৰ আৰম্ভণিলৈকে প্ৰায় ১০০০ বছৰৰ বাংকুৰা জিলাৰ ইতিহাস মল্লভূম ৰাজ্যৰ উত্থান-পতনৰ সৈতে অবিচ্ছেদ্যভাৱে জড়িত। এই মল্লৰাজাসকলৰ লগত বিপত্তাৰিণী দেৱীৰ কিংবদন্তি জড়িত হৈ আছে।[1][2]
গেলেৰী
সম্পাদনা কৰক-
Rasmancha (1600 CE)
-
Inscription on Shyamrai Temple (1643 CE)
-
Jor Mandir (1726 CE)
-
Radhamadhab Temple (1737 CE)
-
Kalachand Temple (1656 CE)
-
Jor-Bangla Temple or Keshta Roy Temple (1655 CE)
-
Jor Mandir complex (1726 CE)
-
Madan Mohan Temple (1694 CE)
-
Inscription on Radha Shyam Temple (1728 CE)
-
Radha-Gobinda Temple (1729 CE)
-
Shyam Ray Temple (1643 CE)
-
Bishnpur fort gate
-
Panchchura temple
-
Stone chariot of Bishnupur
-
Nandalal Temple
-
Rashmancha (gate)
-
Jor Bangla Temple (arches)
-
Jor Bangla temple (Terracotta work)
-
Jor Bangla Temple (Ramayana motifs)
-
Shyamrai Temple (RasChakra)(Terracotta work)
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 O’Malley, L.S.S., ICS, Bankura, Bengal District Gazetteers, pp. 21-46, 1995 reprint, first published 1908, Government of West Bengal
- ↑ Östör, Ákos (24). Play Of The Gods: Locality, Ideology, Structure, And Time In The Festivals Of A Bengali Town. Orient Blackswan. পৃষ্ঠা. 43. ISBN 81-8028-013-6. http://books.google.co.in/books?id=6ASi04hC0BQC&pg=PA43&lpg=PA43&dq=Bipadtarini&source=bl&ots=-jTqcxEi5m&sig=jw9MgHoLfNX0lPP6IJd8t5wixUI&hl=en&ei=HmdaTMrxItS_rAeo5PG9DA&sa=X&oi=book_result&ct=result&resnum=10&ved=0CDIQ6AEwCTgK#v=onepage&q=Bipadtarini&f=false.