মূৰাৰা (ইংৰাজী: Murara) হৈছে ৰঙিয়া চহৰৰ অন্তৰ্গত এখন চুবুৰীয়া গাঁও ই ৰঙিয়া মহকুমাকামৰূপ জিলা আৰু বাক্সা জিলাত পৰে। ই ৰঙিয়া চহৰৰ পৰা প্ৰায় ১ কিলোমিটাৰ দূৰত্বত অৱস্থিত। ২০১১ৰ লোকপিয়ল অনুসৰি মূৰাৰা ৰ মুঠ জনসংখ্যা হৈছে ৩,৭৩০।[1] মূৰাৰা ৰ ওচৰৰ ৰে'ল ষ্টেচন টো হৈছে ৰঙিয়া জংচন ৰেল ষ্টেচন। মূৰাৰা ত অৱস্থিত ৰঙিয়া মহকুমাৰ মূখ্য কাৰ্যালয়।[2][3][4][5][6]

মূৰাৰা
—  গাঁও  —
মূৰাৰা, ৰঙিয়া
মূৰাৰা is located in Assam
মূৰাৰা
মূৰাৰাৰ স্থানাংক অসমত
ভৌগোলিক স্থানাংক: 26°28′N 91°38′E / 26.47°N 91.63°E / 26.47; 91.63
দেশ  ভাৰত
ৰাজ্য অসম
জিলা কামৰূপ, বাক্সা
মহকুমা ৰঙিয়া
চুবুৰীয়া চহৰ ৰঙিয়া
জনসংখ্যা
 - মুঠ ৩,৭৩০ জন
কʼড
 - পিন কʼড ৭৮১৩৫৪
 - ফোন ০৩৬২১
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. https://pincodearea.in/MURARA-Pincode-PO-Rangia-SO | আহৰণ কৰা হৈছে: 24-04-2024
  2. https://geolysis.com/p/in/as/kamrup/rangia/murara | আহৰণ কৰা হৈছে: 24-04-2024
  3. https://www.census2011.co.in/data/village/302402-rangia-murara-assam.html | আহৰণ কৰা হৈছে: 24-04-2024
  4. https://villageinindia.com/india/India/assam/baksa/rangia/murara | আহৰণ কৰা হৈছে: 24-04-2024
  5. https://www.mappls.com/place: murara rangia assam 781354 | আহৰণ কৰা হৈছে: 24-04-2024
  6. https://www.accuweather.com/en/in/murara/rangia/weather-forecast/3160067 | আহৰণ কৰা হৈছে: 24-04-2024