মূৰাৰা, ৰঙিয়া
মূৰাৰা (ইংৰাজী: Murara, Rangiya) হৈছে ৰঙিয়া চহৰৰ অন্তৰ্গত এখন চুবুৰীয়া গাঁও ই ৰঙিয়া মহকুমাৰ কামৰূপ জিলা আৰু বাক্সা জিলাত পৰে। ই ৰঙিয়া চহৰৰ পৰা প্ৰায় ১ কিলোমিটাৰ দূৰত্বত অৱস্থিত। ২০১১ৰ লোকপিয়ল অনুসৰি মূৰাৰা ৰ মুঠ জনসংখ্যা হৈছে ৩,৭৩০।[1] মূৰাৰা ৰ ওচৰৰ ৰে'ল ষ্টেচন টো হৈছে ৰঙিয়া জংচন ৰেল ষ্টেচন। মূৰাৰা ত অৱস্থিত ৰঙিয়া মহকুমাৰ মূখ্য কাৰ্যালয়।[2][3][4][5][6]
মূৰাৰা | |
---|---|
গাঁও | |
মূৰাৰা, ৰঙিয়া | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | কামৰূপ, বাক্সা |
মহকুমা | ৰঙিয়া |
চুবুৰীয়া চহৰ | ৰঙিয়া |
জনসংখ্যা | |
• মুঠ | ৩৭৩০ |
তথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ https://pincodearea.in/MURARA-Pincode-PO-Rangia-SO | আহৰণ কৰা হৈছে: 24-04-2024
- ↑ https://geolysis.com/p/in/as/kamrup/rangia/murara | আহৰণ কৰা হৈছে: 24-04-2024
- ↑ https://www.census2011.co.in/data/village/302402-rangia-murara-assam.html | আহৰণ কৰা হৈছে: 24-04-2024
- ↑ https://villageinindia.com/india/India/assam/baksa/rangia/murara | আহৰণ কৰা হৈছে: 24-04-2024
- ↑ https://www.mappls.com/place: murara rangia assam 781354 | আহৰণ কৰা হৈছে: 24-04-2024
- ↑ https://www.accuweather.com/en/in/murara/rangia/weather-forecast/3160067 | আহৰণ কৰা হৈছে: 24-04-2024