যখিনী (চুটি ছবি)
যখিনী (ইংৰাজী: Jokhini) অসমীয়া ভাষাৰ এখন চুটি ছবি। ইয়াত বিংশ শতিকাৰ এগৰাকী গৰ্ভৱতী মহিলা আৰু অসমীয়া লোক-কথাত জনপ্ৰিয় যখিনী নামৰ এগৰাকী দানৱসদৃশ জীৱৰ সৈতে তেওঁৰ মুখামুখি হোৱাকে দূশ্যায়ন কৰা হৈছে।[1][2][3]
যখিনী Jokhini | |
---|---|
পৰিচালক | চিন্ময় বাৰ্মা |
কাহিনী | চিন্ময় বাৰ্মা |
প্ৰযোজক | প্ৰীতিষা বৰুৱা স্বপ্ননীল বৰুৱা |
অভিনয়ত | বেদব্ৰত বৰুৱা জ্যোতিশ্ৰী আৰ ইউ বৈশ্য দিক্ষিতা ৰাজবংশী |
দৈৰ্ঘ্য |
৪৫ মিনিট |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
পটভূমি
সম্পাদনা কৰকপ্ৰেমিক মহাৰ্ণৱৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ২৭ বছৰীয়া মলয়া কাহিনীটোৰ মূল চৰিত্ৰ। তাই গৰ্ভৱতী তথা সিহঁতৰ প্ৰথম সন্তানক জন্ম দিবলৈ ওলাইছে। গৰ্ভাৱস্থাৰ সমগ্ৰ যাত্ৰাত তাইক প্ৰায়ে নিসংগতাৰ ওৰণিখনত থাকিবলৈ দিয়া হয়। আৰু, সেই সময়তে তাই প্ৰায়ে বিৰক্তিকৰ চিন্তা আৰু ভ্ৰমৰ সন্মুখীন হয়।[1][4]
দুটা কিংবদন্তি যখিনী আৰু দানৱৰ মাজত যুগ যুগ ধৰি চলি অহা শত্ৰুতা পৰবৰ্তী সময়ত পোহৰলৈ আহে আৰু তাৰ পিছত হোৱা অলৌকিক প্ৰতিক্ৰিয়াসমূহ দেখুওৱা হৈছে।[5][6]
কলা-কুশলী
সম্পাদনা কৰক- বেদব্ৰত বৰা - মহাৰ্ণৱ
- জ্যোতিশ্ৰী আৰ ইউ বৈশ্য - মলয়া
- দীক্ষিতা ৰাজবংশী
- পপি কলিতা
- হেমা কুমাৰী কলিতা
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 "Jokhini - 2022 (IMDb)". IMDb. https://m.imdb.com/title/tt27836731/.
- ↑ "যখিনীক লৈয়ে নিৰ্মাণ এখন চুটি ছবিঃ নৱপ্ৰজন্মৰ পৰিচালক চিন্ময় বাৰ্মাৰ নতুন পৰিকল্পনা". assamtimespost.in. https://assamtimespost.in/?p=95641.
- ↑ "Teaser Of Assamese Horror Film Jokhini Released". thestorymug.com. https://thestorymug.com/teaser-of-assamese-horror-film-jokhini-released/.
- ↑ "Reflection Of Assam’s Folk Culture In Chinmoy Barma’s Short Film". Guwahati Plus. https://www.guwahatiplus.com/opinion/opinion/reflection-of-assams-folk-culture-in-chinmoy-barmas-short-film.
- ↑ "Reflection of folk culture of Assam in Chinmoy Barma's short films". The Sentinel. https://www.sentinelassam.com/editorial/reflection-of-folk-culture-of-assam-in-chinmoy-barmas-short-films-634972.
- ↑ "Assam Youth Makes AI Generated Art Depicting Ghosts from Assamese Folklore, Creates Sensation on Social Media". Dy365. https://dy365.in/assam/assam-youth-makes-ai-generated-art-depicting-ghosts-from-assamese-folklore-12894.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- যখিনী (চুটি ছবি) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।