লহৰী (পঞ্জাবী: ਲੋਹੜੀ, ইংৰাজী: Lohri) শীত কালৰ এক জনপ্ৰিয় জাতীয় উৎসৱ। এই উৎসৱ মূলত পঞ্জাব ৰাজ্যৰে সংযুক্ত।[1]

লহৰী
লহৰী
লহৰীত জ্বলোৱা জুই
অন্য নাম লাল লই
পালন কৰে পঞ্জাব, হাৰিয়ানা, হিমাচল, আৰু দগৰা অঞ্চলৰ লোক
প্ৰকাৰ ধৰ্মীয়, সাংস্কৃতিক
মহত্ব শীত কালৰ উৎসৱ
উদযাপন জুই জ্বলোৱা, নৃত্য-গীত
সম্পৰ্কিত মাঘি, মাঘ বিহু, পোংগল, মকৰ সংক্ৰান্তি

তথ্যসূত্ৰ সম্পাদনা কৰক