লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰ হৈছে অসম শক্তি উৎপাদন নিগমৰ অধীনস্থ এক গেছ ভিত্তিক তাপ বিদ্যুৎ প্ৰকল্প । ই শিৱসাগৰ নগৰৰ পৰা পূৱ দিশত প্ৰায় ৩০ কিঃ মিঃ দুৰত্বত ধোদৰ আলিৰ দাঁতিত মাইবেলা নামে ঠাইত অৱস্থিত । পূৰ্বৰ শিৱসাগৰ জিলাৰ চৰাইদেউ মহকুমাৰ অন্তৰ্গত এই কেন্দ্ৰটি বৰ্তমান নৱগঠিত চৰাইদেউ জিলাৰ অন্তৰ্গত । জিলা সদৰ সোণাৰীৰ পৰা ১০ কিঃ মিঃ পশ্চিমে অৱস্থিত । প্ৰথম অৱস্থাত এই কেন্দ্ৰটি লাকুৱা তৈল্যক্ষেত্ৰত স্থাপন কৰাৰ কথা আছিল যদিও পিছলৈ ইয়াক লাকুৱা পৰা ১৪ কিঃ মিঃ দক্ষিণে মাইবেলাত স্থাপন কৰা হ'ল কিন্তু কেন্দ্ৰটিৰ নাম লাকুৱাই ৰখা হ'ল ।

ইতিহাস সম্পাদনা কৰক

প্ৰথম পৰ্য্যায় সম্পাদনা কৰক

দ্বিতীয় পৰ্য্যায় সম্পাদনা কৰক

বৰ্জিত তাপ পুণৰুদ্ধাৰ প্ৰকল্প (তৃতীয় পৰ্য্যায়) সম্পাদনা কৰক

 
বৰ্জিত তাপ পুণৰুদ্ধাৰ প্ৰকল্প WHRP

বাহ্যিক সংযোগ সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক