লোহাৰকী ভাষা
লোহাৰকী (মুখ্যতঃ পাকিস্তানত এই নাম ব্যৱহাৰ কৰা হয়) বা গড়ে লোহাৰ (মুখ্যতঃ ভাৰতত এই নাম ব্যৱহাৰ কৰা হয়) এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা, যি ৰাজস্থানী-মাৰৱাড়ী ভাষাগোষ্ঠীৰ অন্তৰ্গত।[2] এই ভাষা পাকিস্তানৰ সিন্ধ প্ৰান্তত প্ৰায় ২০০০০ আৰু ভাৰতৰ ৰাজস্থান ৰাজ্যত প্ৰায় ১০০০ যাযাবৰী লোকে ব্যৱহাৰ কৰে।[3]
Loarki | |
---|---|
Gade Lohar | |
থলুৱা অঞ্চল | Sindh, Rajasthan |
স্থানীয় ভাষিক |
(20,000 cited 1998)e18 |
ভাষা পৰিয়াল |
Indo-European
|
ভাষা সংকেত | |
ISO 639-3 | Either: lrk – Loarki gda – Gade Lohar (duplicate code)[1] |