লোহাৰকী (মুখ্যতঃ পাকিস্তানত এই নাম ব্যৱহাৰ কৰা হয়) বা গড়ে লোহাৰ (মুখ্যতঃ ভাৰতত এই নাম ব্যৱহাৰ কৰা হয়) এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা, যি ৰাজস্থানী-মাৰৱাড়ী ভাষাগোষ্ঠীৰ অন্তৰ্গত।[2] এই ভাষা পাকিস্তানৰ সিন্ধ প্ৰান্তত প্ৰায় ২০০০০ আৰু ভাৰতৰ ৰাজস্থান ৰাজ্যত প্ৰায় ১০০০ যাযাবৰী লোকে ব্যৱহাৰ কৰে।[3]

Loarki
Gade Lohar
থলুৱা অঞ্চল Sindh, Rajasthan
স্থানীয় ভাষিক
(20,000 cited 1998)e18
ভাষা পৰিয়াল
ভাষা সংকেত
ISO 639-3 Either:
lrk – Loarki
gda – Gade Lohar (duplicate code)[1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Hammarström (2015) Ethnologue 16/17/18th editions: a comprehensive review: online appendices
  2. Hammarström (2015) Ethnologue 16/17/18th editions: a comprehensive review: online appendices
  3. Loarki at Ethnologue (18th ed., 2015)