শিমলুগুৰি, শিৱসাগৰ

এখন সৰু নগৰ

শিমলুগুৰি শিৱসাগৰ জিলানাজিৰা মহকুমাৰ এখন সৰু নগৰ। শিমলুগুৰি নগৰখন দিখৌ নদীৰ পাৰত অৱস্থিত। বুৰঞ্জীয়ে গৰকা গড়গাঁও আৰু চৰাইদেউ নামৰ ঠাই দুখনিৰ মাজত নগৰখন গঢ় লৈ উঠিছে। ওচৰৰ এক বৃহৎ অঞ্চলৰ লোকৰ বাবে শিমলুগুৰি এক বাণিজ্য, শিক্ষা,পৰিৱহন কেন্দ্ৰ। অঞ্চলটোত হিন্দু, মুছলিম এই দুই সম্প্ৰদায়ৰ লোকে বসতি কৰি আছে। এই নগৰ খন বাণিজ্যিকভাৱে গুৰুত্বপূৰ্ণ যিহেতু শিৱসাগৰ জিলাৰ একমাত্ৰ ৰেল জংছনটো ইয়াতে আছে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক