শিৱকুমাৰ শৰ্মা (সন্তুৰ বাদক)


পণ্ডিত শিৱকুমাৰ শৰ্মা (ইংৰাজী: Shivkumar Sharma) (১৩ জানুৱাৰী ১৯৩৮ – ১০ মে' ২০২২) এগৰাকী ভাৰতীয় সংগীত নিৰ্মাতা আৰু সন্তুৰ বাদক। তেওঁ জম্মুত বসবাস কৰিছিল।[2][3][4][1][5] এজন সংগীত নিৰ্মাতা হিচাপে তেওঁ শিৱ-হৰি নামেৰে ভাৰতীয় বাঁ‌হীবাদক হৰিপ্ৰসাদ চৌৰাছিয়াৰ সৈতে যুটি বান্ধি কাম কৰিছিল আৰু ফাচলে (১৯৮৫), চান্দনী (১৯৮৯), লমহে (১৯৯১), আৰু ডৰ (১৯৯৩) আদিকে ধৰি বহুতো ভাৰতীয় চলচ্চিত্ৰৰ বাবে সংগীত ৰচনা কৰিছিল। শৰ্মাক ১৯৮৬ চনত সংগীত নাটক একাডেমী বঁটা, ১৯৯১ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী আৰু ২০০১ চনত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছিল। ২০২২ চনৰ ১০ মে'ত তেওঁৰ দেহাৱসান ঘটে।[6][7]

পণ্ডিত শিৱকুমাৰ শৰ্মা

২০১৬ চনৰ জুলাই মাহত পণ্ডিত শিৱকুমাৰ শৰ্মা
প্ৰাথমিক তথ্য
জন্ম ১৩ জানুৱাৰী, ১৯৩৮
জম্মু, জম্মু আৰু কাশ্মীৰ
মূল জম্মু, ভাৰত
মৃত্যু ১০ মে', ২০২২ (৮৪ বছৰ)[1]
সংগীতৰ প্ৰকাৰ হিন্দুস্তানী ধ্ৰুপদী সংগীত
পেচা সংগীত নিৰ্মাতা, সংগীত শিল্পী
বাদ্যযন্ত্ৰ সন্তুৰ, তবলা
কাৰ্যকাল ১৯৫৫–২০২২
সহযোগী  ৰাহুল শৰ্মা (পুত্ৰ)
হৰিপ্ৰসাদ চৌৰাছিয়া
ৱেবছাইট santoor.com


তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 "Santoor maestro Pandit Shivkumar Sharma passes away". Indian Express. 10 May 2022. https://indianexpress.com/article/lifestyle/art-and-culture/santoor-maestro-pandit-shivkumar-sharma-passes-away-7909458/। আহৰণ কৰা হৈছে: 10 May 2022. 
  2. "Santoor maestro Pandit Shiv Kumar Sharma in conversation on Antardhwani, the film based on his life". Indian Express. 18 September 2008. http://www.indianexpress.com/story_print.php?storyid=362861। আহৰণ কৰা হৈছে: 7 February 2009. [সংযোগবিহীন উৎস]
  3. "Santoor strains music to ears of unborn too". Indian Express. 10 November 2005. http://cities.expressindia.com/fullstory.php?newsid=156422। আহৰণ কৰা হৈছে: 7 February 2009. 
  4. "Santoor magic". The Hindu (Chennai, India). 27 February 2005. Archived from the original on 5 March 2005. https://web.archive.org/web/20050305094752/http://www.hindu.com/mag/2005/02/27/stories/2005022700570500.htm. 
  5. "Santoor comes of age, courtesy Pandit Shivkumar Sharma". Indian Express. 8 January 2009. Archived from the original on 3 October 2012. https://web.archive.org/web/20121003153228/http://www.expressindia.com/latest-news/santoor-comes-of-age-courtesy-pandit-shivkumar-sharma/408023/। আহৰণ কৰা হৈছে: 7 February 2009. 
  6. "Pandit Shivkumar Sharma Dies: Santoor Maestro and Music Composer Passes Away at 84 Due to Cardiac Arrest". LatestLY. https://www.latestly.com/entertainment/pandit-shivkumar-sharma-dies-santoor-maestro-and-music-composer-passes-away-at-84-due-to-cardiac-arrest-3689704.html। আহৰণ কৰা হৈছে: 10 May 2022. 
  7. The Hindu (10 May 2022). "Santoor maestro Shivkumar Sharma passes away" (en-IN ভাষাত). https://www.thehindu.com/entertainment/music/santoor-maestro-shivkumar-sharma-passes-away/article65400723.ece.