১০ মে'
তাৰিখ
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২২ |
১০ মে' (ইংৰাজী: 10 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৯তম (অধিবৰ্ষত ১৩০তম) দিন। বছৰ শেষ হ'বলৈ ২৩৬ দিন বাকী থাকে।
ঘটনাৱলীসম্পাদনা কৰক
- ১৯০১- বিজ্ঞানী জগদীশ চন্দ্ৰ বসুয়ে লণ্ডনত উদ্ভিদ আৰু প্ৰাণীৰ সংগতি প্ৰদৰ্শন কৰে।
- ১৯৮১- মুম্বাইত প্ৰথম নৈশ ক্ৰিকেট অনুষ্ঠিত হয়।
- ১৯৯৪- আফিকাৰ প্ৰথমজন কৃষ্ণাঙ্গ ৰাষ্ট্ৰপতি ৰূপে নেলছন মেণ্ডেলাই শপত গ্ৰহণ কৰে।
জন্মসম্পাদনা কৰক
- ১৯২৭ - নয়নতৰা চেহগল, ভাৰতীয় ইংৰাজী লেখিকা।
মৃত্যুসম্পাদনা কৰক
- ১৯৭৭- গিৰিধৰ শৰ্মা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।
- ১৯৯৮- কাঞ্চন বৰুৱা, অসমীয়া ঔপন্যাসিক।
- ২০০২- কাইফি আজমী, উৰ্দু কবি।
- ২০২২ - প্ৰখ্যাত সন্তুৰ বাদক শিৱ কুমাৰ শৰ্মা ।
দিৱসসম্পাদনা কৰক
- বিশ্ব পৰিভ্ৰমী তথা প্ৰৱজনকাৰী পক্ষী দিৱস।
- ইজৰাইলৰ জাতীয় দিৱস।