১৩ জানুৱাৰী
তাৰিখ
জানুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২৩ |
১৩ জানুৱাৰী (ইংৰাজী: 13 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ত্ৰয়োদশ দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫২টা দিন (অধিবৰ্ষত ৩৫৩টা দিন) বাকী থাকে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী সম্পাদনা কৰক
- ১৮৮৯ - অসমীয়া বাৰ্তালোচনী "জোনাকী"ৰ প্ৰথম সংস্কৰণ প্ৰকাশ।
জন্ম সম্পাদনা কৰক
- ১৮৫৯ - ভূপেন্দ্ৰ নাথ বসু, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯০৫ - উপেন্দ্ৰচন্দ্ৰ লেখাৰু, অসমৰ সাহিত্যিক, শিক্ষাবিদ।
- ১৯৩৭ - ৰংবং তেৰাং, অসমীয়া লেখক আৰু শিক্ষাবিদ।
- ১৯৩৮ - নৱনীতা দেৱ সেন, ভাৰতীয় শিক্ষাবিদ আৰু লেখক।
- ১৯৩৮ - শিৱকুমাৰ শৰ্মা, ভাৰতীয় সংগীত নিৰ্মাতা আৰু সন্তুৰ বাদক।
- ১৯৪৯ - ৰাকেশ শৰ্মা, ভাৰতৰ প্ৰথমজন মহাকাশচাৰী।
- ১৯৭১ - ময়ূখ হাজৰিকা, অসমীয়া গায়ক তথা গীতিকাৰ আৰু সুৰকাৰ।
মৃত্যু সম্পাদনা কৰক
- ১৯৭৪ - হৰিপ্ৰসাদ বৰুৱা, স্বাধীনতা-উত্তৰ অসমৰ প্ৰথম মুখ্য অভিযন্তা আৰু মুখ্য সচিব।
দিৱস সম্পাদনা কৰক
- সংবিধান দিৱস (মংগোলিয়া)।
বাহ্যিক সংযোগ সম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১৩ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |