শুধু তোমাৰই জন্য

বীৰছা দাসগুপ্তৰ দ্বাৰা পৰিচালিত ২০১৫ বৰ্ষৰ চলচ্চিত্ৰ

শুধু তোমাৰই জন্য (অনু. মাথো তোমাৰ বাবে) হৈছে বীৰছা দাসগুপ্তৰ দ্বাৰা পৰিচালিত ২০১৫ বৰ্ষৰ ভাৰতীয় বাংলা ভাষাৰ এখন ৰোমান্টিক নাট্য চলচ্চিত্ৰ৷ শ্ৰী ভেংকটেশ ফিল্মছে ছবিখনৰ প্ৰযোজনা কৰিছে। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দেব, শ্ৰাবন্তী চট্টোপাধ্যায়, সোহম আৰু মিমি চক্ৰৱৰ্তীয়ে। ই ২০১৩ চনৰ তামিল ছবি ৰাজা ৰাণীৰ পুনৰ্নিৰ্মাণ।[1] ২০০৭ চনত নিৰ্মিত মিলানা নামৰৰ কন্নড় ছবিখন ইয়াৰ পৰা অনুপ্ৰাণিত বুলি কোৱা হৈছিল[2][3][4] যিটো বাংলা ভাষাত কি কৰে তোকে বলবো নামেৰে পুনৰ নিৰ্মাণ কৰা হৈছে।[5] শুধু তোমাৰই জন্য মুক্তি পোৱাৰ চাৰি মাহৰ পিছত এই ছবিখন মুক্তি পাইছিল।

শুধু তোমাৰই জন্য
পৰিচালক বীৰছা দাসগুপ্ত
ৰচনা দেৱালয় ভট্টাচাৰ্য
কাহিনী এটলী
প্ৰযোজক শ্ৰীকান্ত মহতা
মহেন্দ্ৰ ছোনী
অভিনয়ত দেব
শ্ৰাবন্তী চট্টোপাধ্যায়
সোহম চক্ৰৱৰ্তী
মিমি চক্ৰৱৰ্তী
চিত্ৰগ্ৰহণকাৰী শুভংকৰ ভৰ
সম্পাদনা শুভ প্ৰমানিক
সংগীত পৰিচালক ইন্দ্ৰদীপ দাসগুপ্ত
প্ৰযোজনা
কোম্পানী
মুক্তি
১৬ অক্টোবৰ ২০১৫ (2015-10-16)
দৈৰ্ঘ্য
১৪৯ মিনিট
দেশ ভাৰত
ভাষা বাংলা

কলা-কুশলী সম্পাদনা কৰক

  • দেব - আদি সেন[6]
  • শ্ৰাবন্তী চট্টোপাধ্যায় - নয়নতৰা সেন[7]
  • সোহম চক্ৰৱৰ্তী - ছিৰাজ চৌধুৰী
  • মিমি চক্ৰৱৰ্তী - কলি
  • বিশ্বনাথ বসু - চন্দন
  • স্নেহা চট্টোপাধ্যায় - শ্ৰীতমা
  • অৰিন্দম শীল - নয়নতৰাৰ পিতৃ
  • সুপ্ৰিয় দত্ত - ছিৰাজৰ পিতৃ
  • খৰাজ মুখোপাধ্যায় - কংশ মামা, চন্দনৰ মামা
  • কাঞ্চন মল্লিক - ৰোহন
  • পল্লৱী চট্টোপাধ্যায় - নয়নতৰাৰ পেহী
  • মানসী সিনহা - কংশৰ পত্নী
  • অসীম ৰায় চৌধুৰী - চপল
  • প্ৰদীপ ধৰ - ভভ
  • নীলাঞ্জন দত্ত
  • পোদ্দানৱ দাসগুপ্ত
  • দেবপ্ৰতীম দাসগুপ্ত - ছোটো ভণ্ডা
  • তৃণা সাহা - আদিৰ আত্মীয়

ৰেটিং আৰু সমালোচকৰ মানংক সম্পাদনা কৰক

সংগীত সম্পাদনা কৰক

ছবিখনৰ সংগীত পৰিচালনা কৰিছিল অৰিন্দম চেটাৰ্জীয়ে। এই ছবিখনৰ তামিল সংস্কৰণৰ পৰা হে বেবী শীৰ্ষক গীতটো দেখতে বৌ বৌ পুনৰ নিৰ্মাণ কৰা হৈছিল। ছবিখনৰ সকলোবোৰ গীতক হিট ঘোষণা কৰা হৈছিল। এগিয়ে দে শীৰ্ষক গীতটোও কামিং হ'ম নামৰ গীত এটাৰ পৰা অনুপ্ৰাণিত।

নং শিৰোনামগায়ক-গায়িকাসকল দৈৰ্ঘ্য
1. "এগিয়ে দে[8]"  অৰিজিৎ সিং, মধুবন্তী বাগচী ০৪:১১
2. "যেন তোমাৰই কাছে"  এশ্ব কিং, সোমলতা আচাৰ্য্য চৌধুৰী ০৪:১১
3. "ইমোচ'নাল ছাইয়াঁ"  অৰিজিৎ সিং, শলমলি খোলগাডে, বব ০৩:৪৯
4. "শুধু তোমাৰই জন্য (টাইটেল ট্ৰেক)"  অৰিজিৎ সিং, শ্ৰেয়া ঘোষাল ০৩:১৯
5. "দেখতে বৌ বৌ"  এশ্ব কিং, প্ৰশ্মিতা পাল ০৩:১২
6. "এগিয়ে দে (পুনৰাবৃত্তি সংস্কৰণ)"  সোমলতা আচাৰ্য্য চৌধুৰী ০৩:১২

তথ্য উৎস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক