শুভংকৰ বৰুৱা

ভাৰতীয় ৰেডিঅ’ জকি



শুভংকৰ বৰুৱা (ইংৰাজী: Shubhankar Baruah) অসমৰ এগৰাকী ৰেডিঅ’ জকি; যাক আৰ জে শুভংকৰ বা আৰজে জিৎ বুলিও জনা যায়৷ তেওঁ গুৱাহাটীৰ ৯২.৭ বিগ এফ এমৰ অনুষ্ঠান “বিগ চাহ গৰম”ৰ বাবে তেওঁ অসমৰ আটাইতকৈ জনপ্ৰিয় ৰেডিঅ’ জকি৷[1]

শুভংকৰ বৰুৱা
জন্ম ১০ মাৰ্চ, ১৯৮৬ (৩৮ বছৰ)
শিৱসাগৰ, অসম
অন্য নাম আৰ জে শুভংকৰ
নাগৰিকত্ব ভাৰতীয়
পেচা আৰ জে

উপস্থাপন শৈলী সম্পাদনা কৰক

তেওঁ আয়োজক কৰা অনুষ্ঠানবোৰৰ কিছুমান থিম হৈছে- স্থানীয় সমস্যা, চহৰৰ ঘটনা, হাস্যৰসৰ সমল, ডিজিটেল মিডিয়া ইত্যাদি। তেওঁ চলিউশ্যন শইকীয়াৰ চৰিত্ৰত হাস্যৰসেৰে বজাৰৰ আপডেটসমূহ দিয়ে৷[1]

সাফল্য সম্পাদনা কৰক

ৰেডিঅ’ত অৱদানৰ বাবে তেওঁ ইণ্ডিয়া ৰেডিঅ’ ফ’ৰামৰ দ্বাৰা ম’ষ্ট পপুলাৰ আৰ জে অৱ দ্য ইয়াৰ ২০১৯ (Most popular RJ of the year -2019) লৈ মনোনীত হৈছিল।[2][3][4][5][6]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 "RJ Shubhankar profile on Big FM India" (en ভাষাত). Big FM India Website. Archived from the original on 25 October 2020. https://web.archive.org/web/20201025053844/https://bigfmindia.com/guwahati/rj-shubhankar/। আহৰণ কৰা হৈছে: 27 September 2020. 
  2. "Assam RJ’s excel" (en ভাষাত). The Indian Express. https://www.newindianexpress.com/nation/2019/may/16/guwahati--diary-1977563.html। আহৰণ কৰা হৈছে: 16 May 2019. 
  3. "Seven Assam RJs Nominated For Excellence In Radio Awards" (en ভাষাত). Pratidin Time – An Assamese daily. https://www.pratidintime.com/seven-assam-rjs-nominated-for-excellence-in-radio-awards/। আহৰণ কৰা হৈছে: 13 May 2019. 
  4. "Seven Assam RJs shortlisted for most popular RJ of the year award; check the list" (en ভাষাত). InsideNE-We deliver the North East. https://www.insidene.com/seven-assanpopular-rj-of-the-year-award/। আহৰণ কৰা হৈছে: 13 May 2019. 
  5. "7 RJs from Assam selected for IRF’s ‘Excellence in Radio Awards’" (en ভাষাত). Eastmojo. https://www.eastmojo.com/assam/2019/05/13/7-rjs-from-assam-selected-for-irfs-excellence-in-radio-awards। আহৰণ কৰা হৈছে: 13 May 2019. 
  6. "6 RJs from Assam in nat’l contest" (en ভাষাত). The Assam Tribune. http://www.assamtribune.com/scripts/detailsnew.asp?id=may1419/city053। আহৰণ কৰা হৈছে: 13 May 2019. [সংযোগবিহীন উৎস]