১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭  ২৮  ২৯ ৩০ ৩১  

১০ মাৰ্চ (ইংৰাজী: 10 March) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৬৯তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯৬টা দিন (অধিবৰ্ষত ২৯৭ দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলীসম্পাদনা কৰক

জন্মসম্পাদনা কৰক

  • ১৯৩২ - উডুপী ৰামচন্দ্ৰ ৰাও, ভাৰতীয় মহাকাশ বিজ্ঞানী তথা ইছৰোৰ প্ৰাক্তন মুৰব্বী।
  • ১৯৪৫ - মাধৱৰাও সিন্ধিয়া, ভাৰতীয় ৰাজনীতিবিদ।
  • ১৯৫৭ - ওছামা বিন লাডেন, চৌডি আৰৱৰ সন্ত্ৰাসবাদী।
  • ১৯৫৭ - থানু পদ্মনাভন, ভাৰতীয় তাত্ত্বিক পদাৰ্থবিজ্ঞানী আৰু ব্ৰহ্মাণ্ডতত্ত্ববিদ। (মৃত্যু: ১৭ ছেপ্টেম্বৰ, ২০২১)
  • ১৯৮১ - ৱাজিদ খান, ভাৰতীয় চিত্ৰশিল্পী।
  • ১৯৯৬ - প্ৰিয়ংকা গোস্বামী, ভাৰতীয় খেলুৱৈ।


মৃত্যুসম্পাদনা কৰক


দিৱসসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক