শ্বিনা ভাষা
শ্বিনা (ݜݨیاٗ,شِْنْیٛا Ṣiṇyaá) এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি মুখ্যতঃ শ্বিনা লোকৰ দ্বাৰা ব্যৱহৃত। পাকিস্তানত শ্বিনা ঘাইকৈ গিলগিত-বলতিস্তান অঞ্চলত ব্যৱহাৰ কৰা হয়, অনুমানিত ১১৪৬০০০ লোকৰ দ্বাৰা। কোহিস্তান অঞ্চলতো এই ভাষা ব্যৱহাৰ কৰা হয়।[6][7] শ্বিনা ভাষা কোৱা এটি সৰু গোট ভাৰততো আছে, বিশেষকৈ জম্মু আৰু কাশ্মীৰৰ গুৰেইজ উপত্যকা আৰু লাদাখৰ দ্ৰাছ উপত্যকাত।[6] শ্বিনা ভাষাৰ বহিৰ্গোট লাদাখ, কুন্দল শ্বাহী, পলুলা, চাৱি, উশ্ব'জ' আৰু কলকোটি আদিতো পোৱা যায়।[6]
Shina | |
---|---|
ݜݨیاٗ Ṣiṇyaá | |
The word Ṣiṇyaá written in the Arabic script in Nastaliq style. | |
উচ্চাৰণ | [ʂinjaá] |
থলুৱা অঞ্চল | Pakistan, India |
অঞ্চল | Gilgit-Baltistan, Kohistan, Drass, Gurez |
জাতীয়তা | Shina |
স্থানীয় ভাষিক |
সাঁচ:Sigfig Shina (2018)[1] and Shina, Kohistani 458,000 (2018)[2] |
ভাষা পৰিয়াল |
|
লিখন প্ৰণালী | Arabic script (Nastaʿlīq)[3] |
ভাষা সংকেত | |
ISO 639-3 | Either: scl – Standard Shina plk – Kohistani Shina |
গ্লোটোলগ | shin1264 Shina[4]kohi1248 Kohistani Shina[5] |
Distribution of Shina language in Dark Orange | |
কিছু সময় আগলৈকে শ্বিনা ভাষা লিখিবলৈ কোনো লিপি নাছিল। শেহতীয়াকৈ কেইবাটাও প্ৰস্তাৱ আগবঢ়োৱা হৈছে এই ভাষাৰ লিখন প্ৰণালীৰ বাবে। সকলো শ্বিনা লিখোঁতাই ব্যৱহাৰ কৰা এক মাথো লিপি নাই।[8] শ্বিনা মুখ্যতঃ এটি কথিত ভাষাহে, লিখিত ভাষা নহয়। প্ৰায় শ্বিনা ভাষী লোকেই এই ভাষা নিলিখে।
বিতৰণ
সম্পাদনা কৰকএথনলগৰ মতে পাকিস্তানত শ্বিনা আৰু কোহিস্তানী শ্বিনা ভাষী লোকৰ সংখ্যা প্ৰায় ১১৪৬০০০ আছিল ২০১৮ চনত। তাৰেই গড়িষ্টসংখ্যক থাকিছিল খাইবৰ-পখতুনকোৱা আৰু গিলগিত-বালতিস্তানত। শ্বিনা ভাষী এটি সৰু গোট নীলম উপত্যকাতো থাকে।[9][10] ভাৰতৰ কাৰ্গিল জিলাৰ উত্তৰ দিশে গিলগিত-বালতিস্তানৰ সীমাতো শ্বিনা ভাষী লোক থাকে। ২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুযায়ী ভাৰতত শ্বিনা ভাষী লোকৰ সংখ্যা ৩২২০০।[11]
লিখন
সম্পাদনা কৰকশ্বিনা এনে কম সংখ্যক দাৰ্দিক ভাষাৰ অন্যতম যাৰ এক লিখিত পৰম্পৰা আছে।[12] পিচে ই এক তুলনামূলকভাৱে নতুন পৰম্পৰা: কেইদশকমান আগলৈকে ই এক কথিত ভাষাহে আছিল।[13] বৰ্তমানেও এই ভাষাৰ কোনো মান্য লিখনশৈলী নাই।[14] শ্বিনা ভাষাৰ ধ্বনিতত্ত্ব সঠিকভাৱে প্ৰতিনিধিত্ব কৰাৰ প্ৰথম চেষ্টা কৰা হৈছিল ১৯৬০ৰ দশকত। তাৰ পাছৰে পৰা এই ভাষা লিখিবলৈ কেইবাটাও প্ৰণালী প্ৰস্তাৱিত কৰা হৈছে। প্ৰভেদ প্ৰায় এই কথাক লৈয়েই হয় যে স্বৰধ্বনীৰ দৈৰ্ঘ্য আৰু সুৰ কেনেদৰে লিখিব লাগে।[15] ভাৰতৰ লাদাখ আৰু জম্মু আৰু কাশ্মীৰত ব্যৱহৃত দ্ৰাছী প্ৰকাৰৰ বাবে দুটা মুখ্য প্ৰস্তাৱ হ'ল ফাৰ্চী-আৰবী লিপি আৰু দেৱনাগৰী লিপি।[16]
এটি প্ৰস্তাৱিত লিপি হ'ল এনেধৰণৰ:[17][ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন]
Letter | Romanization | IPA |
---|---|---|
ا | ʿ | /ʔ/ |
ب | b | /b/ |
پ | p | /p/ |
ت | t | /t/ |
ٹ | ṭ | /ʈ/ |
ث | (s) | /s/ |
ج | ǰ | /d͡ʒ/ |
چ | č | /t͡ʃ/ |
ح | (h) | /h/ |
خ | ǩ | /x/ |
څ | c | /t͡s/ |
ځ | j | /d͡z/ |
ڇ | ċ | /ʈ͡ʂ/ |
د | d | /d/ |
ڈ | ḍ | /ɖ/ |
ذ | (z) | /z/ |
ر | r | /r/ |
ڑ | ṛ | /ɽ/ |
ز | z | /z/ |
ژ | ž | /ʒ/ |
ڙ | ż | /ʐ/ |
س | s | /s/ |
ش | š | /ʃ/ |
ݜ | ṣ | /ʂ/ |
ص | (s) | /s/ |
ض | (d) | /d/ |
ط | (t) | /t/ |
ظ | (z) | /z/ |
ع | ʿ | /ʔ/ |
غ | ǧ | /ɣ/ |
ڠ | ŋ | /ŋ/ |
ف | f | /f/pʰ/ |
ق | (k) | /k/ |
ک | k | /k/ |
گ | g | /ɡ/ |
ل | l | /l/ |
م | m | /m/ |
ن | n | /n/ |
ݨ | ṇ | /ɳ/ |
ں | ˜ | /˜/ |
و | w | /ʊ~w/ |
ہ | h, x | /h/ɦ/ |
ھ | _h | /ʰ/ |
ء | ʿ | /ʔ/ |
ی | y | /j/ |
ے | e | /e/ |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Shina" (en ভাষাত). Ethnologue. https://www.ethnologue.com/language/scl। আহৰণ কৰা হৈছে: 25 June 2019.
- ↑ "Shina, Kohistani" (en ভাষাত). Ethnologue. https://www.ethnologue.com/language/plk। আহৰণ কৰা হৈছে: 25 June 2019.
- ↑ "Ethnologue report for Shina". Ethnologue. http://www.ethnologue.com/show_language.asp?code=scl.
- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Shina". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/shin1264.
- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Kohistani Shina". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/kohi1248.
- ↑ 6.0 6.1 6.2 Saxena, Anju; Borin, Lars (2008-08-22) (en ভাষাত). Lesser-Known Languages of South Asia: Status and Policies, Case Studies and Applications of Information Technology. Walter de Gruyter. পৃষ্ঠা. 137. ISBN 978-3-11-019778-5. https://books.google.com/books?id=g8DAmULPQU0C&dq=shina+gilgit+ladakh&pg=PA137. "Shina is an Indo-Aryan language of the Dardic group, spoken in the Karakorams and the western Himalayas: Gilgit, Hunza, the Astor Valley, the Tangir-Darel valleys, Chilas and Indus Kohistan, as well as in the upper Neelam Valley and Dras. Outliers of Shina are found in Ladakh (Brokskat), Chitral (Palula and Sawi), Swat (Ushojo; Bashir 2003: 878) and Dir (Kalkoti)."
- ↑ "Shina" (en ভাষাত). Ethnologue. https://www.ethnologue.com/language/scl। আহৰণ কৰা হৈছে: 25 June 2019.
- ↑ Braj B. Kachru; Yamuna Kachru; S. N. Sridhar (2008). Language in South Asia. Cambridge University Press. পৃষ্ঠা. 144. ISBN 9781139465502. https://books.google.com/books?id=O2n4sFGDEMYC&pg=PA144.
- ↑ "Shina" (en ভাষাত). Ethnologue. https://www.ethnologue.com/language/scl। আহৰণ কৰা হৈছে: 2022-05-22.
- ↑ "Shina, Kohistani" (en ভাষাত). Ethnologue. https://www.ethnologue.com/language/plk। আহৰণ কৰা হৈছে: 2022-05-22.
- ↑ "Shina" (en ভাষাত). Ethnologue. https://www.ethnologue.com/language/scl। আহৰণ কৰা হৈছে: 2022-05-22.
- ↑ Bashir 2003, পৃষ্ঠা. 823.
- ↑ Schmidt 2003/2004, পৃষ্ঠা. 61.
- ↑ Schmidt & Kohistani 2008, পৃষ্ঠা. 14.
- ↑ Bashir 2016, পৃষ্ঠা. 806.
- ↑ Bashir 2003, পৃষ্ঠা 823–25. The Devanagari scheme was proposed by Rajapurohit (1975, pp. 150–52; 1983, pp. 46–57; 2012, pp. 68–73). The latter two texts also present Perso-Arabic schemes, which in the 2012 book (pp. 15, 60) is given as primary.
- ↑ "Shina's Writing System". https://omniglot.com/writing/shina.htm.