নতুন শ্ৰেণী সৄষ্টি কৰাৰ পাছত ইং ৱিকিৰ একে নামৰ শ্ৰেণী বা সম্পৰ্কীয় শ্ৰেণীৰ সংয়োগ দিলে ভাল হয়| প্ৰধান শ্ৰেণী হিচাপেও এই শ্ৰেণীটো ঠিক যেন লগা নাই| বিষ্ণু শইকীয়া 13:33, 21 অক্টোবৰ 2012 (UTC)

শ্ৰেণীত আন্তঃৱিকি সংযোগ দিয়াটো খুব জৰুৰী নহয় চাগ। এই শ্ৰেণীটো ইং ৱিকিৰ "People" শ্ৰেণীটোৰ লগত মিলাই ৰখা হৈছে। — গীতাৰ্থ বৰদলৈ (talk) 17:30, 21 অক্টোবৰ 2012 (UTC)
খুব জৰুৰী নহয়| কিন্তু আমি জনা বুজাবোৰে যদি নিদিও তেনে কোনেনো দিব বাৰু? মই ইং ৱিকি লিংক আৰু কমন্স লিংক দিয়াটো ভাল দেখো কাৰণ ইয়াৰ যোগেদি ভালেমান সুবিধা পোৱা যায়| লগতে শ্ৰেণী বিশৄংখলো অলপ ৰোধ কৰিব পাৰি| ইং ৱিকিৰ "People" শ্ৰেণীটো চাইছিলো| এইটো প্ৰধান শ্ৰেণী দিলে ভালেই হয়| কিন্তু সেই অনুপাতে অসমীয়া ৱিকিত প্ৰবন্ধ কম বা নায়েই| অৰ্থাত People by association / People by behavior‎ / People by ethnicity‎ ..... আদিবোৰ অসমীয়া ৱিকিত সৃষ্টি হবলৈ বহুদিন আছে| বনাই থব পাৰি এতিয়াও, কিন্তু প্ৰায় খালী হৈয়েই থাকিব সম্ভৱ| সেয়ে যি ভাল দেখা কবা| বিষ্ণু শইকীয়া 18:28, 21 অক্টোবৰ 2012 (UTC)
"ব্যক্তি" পৃষ্ঠালৈ উভতি যাওক।