বাগবিন্যাস প্ৰণালী (Diction) সৃষ্টিশীল সাহিত্যত যিকোনো এটা সাহিত্য প্ৰভাৱশালী ৰূপত উত্থাপন কৰা প্ৰক্ৰিয়াটোৱে বাগবিন্যাস প্ৰণালীৰ ওপৰত নিৰ্ভৰ কৰে। যিকোনো কাহিনী বা বিষয় বুজাব পৰাকৈ উত্থাপন কৰাকে বাগবিন্যাস প্ৰণালী বোলে। সৰল ভাষাত বাগবিন্যাস প্ৰণালীয়ে যিকোনো সৃষ্টিশীল লেখাৰ ধৰণ, শব্দচয়ন, বাক্যগঠন, ছান্দিক গাঠনি আৰু অলংকাৰৰ প্ৰয়োগৰ দিশ সমুহ সামৰি লয়।

প্ৰভাৱশালী বাগবিন্যাসৰ তিনিটা প্ৰধান গুণ

উপযুক্ততা (Appropriateness)

বিশিষ্টতা (Speciality)

চিত্ৰময়তা (Imagery)