চিঞৰ সম্পাদনা কৰক

জুৰি বৰা বৰগোহাঞিৰ দ্বাৰা ৰচিত 'চিঞৰ' এখন উল্লেখযোগ্য উপন্যাস । এই উপন্যাসখনত বৰ্তমান সময়ৰ শিক্ষা জগতৰ অন্তৰালত সংঘটিত হোৱা যৌন-নিৰ্যাতন, মানসিক উৎপীড়ন আৰু সুবিধাবাদী মানসিকতাৰ জলন্ত ছবি প্ৰকাশ কৰা হৈছে । উপন্যসখনৰ মূল চৰিত্ৰসমূহ হ'ল ১| ড০ শিৱানু ভট্ট

২| থাপনা বৰুৱা

৩| অৰুণ মৰাণ ৪| ৰাণু পাটৰ ৫| পূৰৱী ভট্ট

মূল কাহিনী : শিৱানু ভট্টৰ লগত জড়িত হৈ কাহিনীয়ে গতি লয়। শিৱানু ভট্ট এখন বিশ্ববিদ্যলয়ৰ অধ্যাপক তেখেতৰ পত্নী পূৰৱী ভট্ট এগৰাকী শিক্ষয়ত্রী । আৰু থাপনা বৰুৱা, অৰুণ মৰাণ আৰু ৰাণু পাটৰ শিৱানু ভট্টৰ গৱেষক ছাত্ৰ-ছাত্ৰী । জেবিন চৌধুৰী (বাৰ্তা) 07:11, 13 November 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক