জন্ম ২৩ মাৰ্চ, ২০০২
ধুবুৰী, অসম
ভাষা অসমীয়া, বঙলা
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়

নমস্কাৰ/আচ্ছা্লামু আলাইকুম,

মোৰ সদস্য পৃষ্ঠাত আপোনাক স্বগতম জনাইছো।

ভাষা শিক্ষা জীৱনৰ এটা ডাঙৰ সমাধান, পৃথিৱীত বাহু ভাষা-ভাষি মানুহ আছে। তাৰে আমি অসমীয়া। অসমীয়া ভাষা আমাৰ মাতৃভাষা। গতিকে মই অসমীয়া ভাষাত কিবা লিখিবলৈ অসমীয়া ৱিকিপিডিয়াত প্ৰৱেশ কৰিছোঁ। আশা ৰাখিছো আপোনালোকে মোক সহায় আৰু উৎসাহ দিব । ধন্যবাদ।

শিক্ষা সম্পাদনা কৰক

প্ৰাইমাৰি আৰু মধ্য ইংৰাজীঃ এম বি জাতীয় বিদ্যালয়।

High Schoo : Gowalpara Jatiya Vidyalaya