২৩ মাৰ্চ
তাৰিখ
মাৰ্চ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | |
২০২৩ |
২৩ মাৰ্চ (ইংৰাজী: 23 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৮২তম (অধিবৰ্ষত ৮৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮৩টা দিন বাকী থাকে।
ঘটনাৱলী সম্পাদনা কৰক
জন্ম সম্পাদনা কৰক
- ১৫৫৮ - ভট্টদেৱ, অসমৰ শঙ্কৰোত্তৰ কালৰ কবি। (মৃত্যু: ১৬৩৮)
- ১৬১৪ - জাহানাৰা বেগম, মোগল ৰাজকুমাৰী।
- ১৮৮০ - বাসন্তী দেৱী, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ১৮৯৮ - নলিনীবালা দেৱী, অসমীয়া কবি আৰু লেখিকা। (মৃত্যু: ২৪ ডিচেম্বৰ, ১৯৭৭)
- ১৯১০ - আকিৰা কুৰোছাৱা, জপানীজ বোলছবি নিৰ্মাতা।
- ১৯১০ - ৰামমনোহৰ লোহিয়া - ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
- ১৯২৪ - বীৰেণ বৰকটকী, অসমীয়া সাহিত্যিক আৰু শিক্ষাবিদ। (মৃত্যু: ৪ নৱেম্বৰ, ২০০২)
- ১৯৫৩ - ইলা কাকতি, অসমীয়া অভিনেত্ৰী।
- ১৯৬১ - শকুন্তলা দলে গামলিন, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া।
- ১৯৭৬ - স্মৃতি ইৰানী, ভাৰতীয় ৰাজনৈতিক নেতা।
- ১৯৮৭ - কংগনা ৰাণাৱত, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু সম্পাদনা কৰক
- ১৯৩১ - ভগৎ সিং, (জ.১৯০৭), সুখদেব থাপৰ (জ.১৯০৮) আৰু শিৱৰাম ৰাজগুৰু (জ.১৯০৮) - ভাৰতৰ স্বাধীনতা সংগ্ৰামী। এই তিনিজনক ব্ৰিটিছ চৰকাৰে ফাঁচী দিয়ে। এই দিনটো ভাৰতত শ্বহীদ দিৱস হিচাপে পালন কৰা হয়।
- ১৯৯৫ - শক্তি চট্টোপাধ্যায়, বাঙালি কবি আৰু লিখক। (জন্ম: ২৫ নৱেম্বৰ,১৯৩৩)
দিৱস সম্পাদনা কৰক
- শ্বহীদ দিৱস (ভাৰত)
- বিশ্ব জলবায়ু বিজ্ঞান দিৱস
- পাকিস্তান দিৱস (পাকিস্তান)
- পৰিয়াল দিৱস (দক্ষিণ আফ্ৰিকা
তথ্য সংগ্ৰহ সম্পাদনা কৰক
বাহ্যিক সংযোগ সম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ২৩ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |