জাঁজী হৈছে শিৱসাগৰ আৰু যোৰহাট জিলাত অৱস্থিত এটা সৰু অৰ্ধ-গ্ৰাম্য অঞ্চল। জাঁজী নদীয়ে এই দুখন জিলাক বিভক্ত কৰে।