সদস্য:Psneog/যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়
এই পৃষ্ঠাটো শেহতীয়াভাৱে সৃষ্টি কৰা হৈছে। ইয়াৰ লিখকজন ৱিকিপিডিয়াত সন্নিবিষ্ট নিৰ্দেশনাসমূহৰ বিষয়ে অৱগত আৰু সেইবোৰ ভাল ভাব ৰাখিয়েই কৰিছে যদিওবা এই প্ৰবন্ধৰ মানদণ্ড উন্নত কৰিবলৈ অধিক থল আছে। অনুগ্ৰহ কৰি এই প্ৰবন্ধক খৰখেদাকৈ বিলোপনৰ বাবে প্ৰস্তাৱ নিদিব, প্ৰথমে প্ৰবন্ধৰ ইতিহাস পৰীক্ষা কৰক আৰু প্ৰবন্ধৰ সৃষ্টিকৰ্তাৰ সৈতে তেওঁৰ পৰৱৰ্তী পৰিকল্পনাসমূহৰ আভাষ লওক। যদিহে সৃষ্টিকৰ্তাজনে প্ৰবন্ধটো এলাগী কৰি ৰাখে আৰু যোগাযোগৰ কৰিলেও আওকান কৰে, তেন্তে আপুনি প্ৰবন্ধটো বিলোপ কৰাৰ সাঁচ বাৰ্তা নাইবা সদস্যকৃত হিচাপে সৃষ্টিকৰ্তাৰ সদস্য পৃষ্ঠাত (যেনে সদস্য:সৃষ্টিকৰ্তাৰ নাম/এই প্ৰবন্ধৰ শিৰোনাম) লৈ স্থানান্তৰ কৰিবৰ বাবে সাঁচ বাৰ্তা সংযোগ কৰিব পাৰে। এই পৃষ্ঠাটো শেহতীয়াকৈ সম্পাদনা কৰিছিল Bishnu Saikia (আলোচনা| বৰঙনি) ১২ বছৰ আগত. (শেহতীয়া ভাষ্য) |
যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয় | |
---|---|
স্থাপিত | ১৮৮৩ |
ধৰণ | বিদ্যালয় |
স্থান | যোৰহাট, অসম, ভাৰত |
যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয় যোৰহাটৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াক ১৮৮৩ চনত বৃটিচ চৰকাৰে স্থাপনা কৰা। ই যোৰহাটৰ সোণাৰু পথত মূখ্য প'ষ্ট অফিচৰ ওচৰতে অৱস্থিত।