ডিন ডব্লোৱা

২০১১ত ডিন ডব্লোৱা
জন্ম ৭ জুন, ১৯৭০ (৫৩ বছৰ)
আইলমৰ, ক্যুবেক,কানাডা
পেচা চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ, এনিমেছন শিল্পী
সক্ৰিয় হৈ থকা সময় ১৯৮৮ – বৰ্তমান
জনা যায় লিলো এণ্ড ষ্টিচ
হাও টু ট্ৰেইন ইয়ৰ ড্ৰেগন
হাও টু ট্ৰেইন ইয়ৰ ড্ৰেগন ২
হেইমা

ডিন ডব্লোৱা (ইংৰাজী: Dean DeBlois, /dəˈblwɑː/) এজন কানাডাৰ চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ, আৰু এনিমেছন শিল্পী। তেখেতে কেইবাখনো অস্কাৰ বঁটাৰ বাবে মনোনিত এনিমেছন ছবি ৰচনা আৰু পৰিচালনা কৰিছে। তাৰ ভিতৰত লিলো এণ্ড ষ্টিচ, হাও টু ট্ৰেইন ইয়ৰ ড্ৰেগন, আৰু হেইমা উল্লেখযোগ্য।

প্ৰাৰম্ভীক জীৱন সম্পাদনা কৰক

ডব্লোৱাৰ জন্ম হয় কানাডাৰ ক্যুবেক প্ৰদেশৰ আইলমৰত। সৰুৰে পৰাই তেওঁৰ কমিক্‌ছৰ প্ৰতি ৰাপ আছিল, যাৰ প্ৰভাৱ তেওঁৰ চিত্ৰাংকনৰ আৰু কাহিনী বৰ্ণনাৰ ক্ষমতাত পৰে। আৰ্থিক ভাৱে পিছপৰা পৰিয়ালৰ ডব্লোৱাই সচৰাচৰ দোকানলৈ গৈ বিনামূল্যে কমিক্‌ছবোৰ পঢ়িছিল আৰু ঘৰলৈ আহি সেইবোৰ আঁকিছিল।[1]

কেৰিয়াৰ সম্পাদনা কৰক

ডব্লোৱাই অন্টেৰিয়ৰ শ্বেৰিডান মহাবিদ্যালয়ত পাৰম্পৰিক এনিমেছনৰ বিষয়ে শিক্ষাগ্ৰহন কৰি থকাৰ সময়তে এখন এনিমেছন ষ্টোডিঅ'ত তেখেতৰ কেৰিয়াৰ এজন সহকাৰি এনিমেছন শিল্পী আৰু লেআউট শিল্পী ৰূপে আৰম্ভ কৰে। ১৯৮৮ চনৰ পৰা ১৯৯০ চনলৈ তেওঁ দ্য ৰেকুনচ্ (দূৰদৰ্শনৰ ধাৰাবাহিক), দ্য টেডি বেয়ৰচ্ পিকনিক (দূৰদৰ্শনৰ অনুষ্ঠান), আৰু দ্য নাটক্ৰেকাৰ প্ৰিঞ্চ (এনিমেছন চলচ্চিত্ৰ)-ৰ বাবে কাম কৰে।

শ্বেৰিডান মহাবিদ্যালয়ৰ পৰা ১৯৯০ চনত শিক্ষাগ্ৰহন সমাপ্ত কৰাৰ পাছত তেওঁ আয়াৰলেণ্ডৰ ডাবলিনত চুলিভান ব্লুথ ষ্টোডিঅ'ৰ বাবে কাম কৰা আৰম্ভ কৰে। Upon graduation from Sheridan College in 1990, DeBlois was hired by Sullivan Bluth Studios in Dublin, Ireland. There, he worked as a layout artist, character designer, and storyboard assistant to Don Bluth on such feature animated films as A Troll in Central Park and Thumbelina.

In 1994, DeBlois left Dublin for Los Angeles to begin work for Walt Disney Feature Animation as a storyboard artist, where he soon replaced his frequent collaborator, Chris Sanders, as Head of Story on Mulan. Shortly thereafter, they re-teamed to create Lilo & Stitch.

Following its release in 2002, DeBlois sold several original live action feature film projects to write, direct, and produce, including an Irish ghost story (The Banshee and Finn Magee),[2] a psychological thriller (The Lighthouse),[3] and a family adventure series (Sightings),[4] set-up at Walt Disney Pictures, Touchstone Pictures, and Universal Studios respectively.

DeBlois' feature length music documentary film Heima chronicles the homecoming concert of Iceland's Sigur Rós.

In October 2008, DeBlois returned to feature animation to co-write and co-direct DreamWorks Animation's then-troubled How to Train Your Dragon, once again re-teaming with Sanders. The duo re-envisioned the film's story and shepherded the production to its March 2010 release. The resulting film became the studio's top-grossing film in North America outside of the Shrek franchise.[5]

During that same time, DeBlois also directed another feature-length music film for Sigur Rós front-man Jónsi, entitled Go Quiet, as well as a feature length concert film entitled Jónsi: Live at The Wiltern.

DeBlois wrote and directed the fantasy/action film How to Train Your Dragon 2, a sequel to the original, which was released on June 13, 2014.

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Lu, Alexander (October 21, 2015). "INTERVIEW: Dean DeBlois and Richard Hamilton Reimagine Berk in "How to Train Your Dragon" GNs". The Beat. http://www.comicsbeat.com/interview-dean-dubois-and-richard-hamilton-reimagine-berk-in-how-to-train-your-dragon-gns/। আহৰণ কৰা হৈছে: October 22, 2015. 
  2. "Dean DeBlois, DreamWorks Animation, Writer / Director / Executive Producer". FMX. http://www.fmx.de/program2015/speaker/1533। আহৰণ কৰা হৈছে: October 9, 2015. 
  3. Kit, Borys (March 21, 2006). "'Lighthouse' turns on Touchstone". The Hollywood Reporter. Archived from the original on September 3, 2006. https://web.archive.org/web/20060903063709/http://www.hollywoodreporter.com/thr/film/brief_display.jsp?vnu_content_id=1002199907। আহৰণ কৰা হৈছে: October 9, 2015. 
  4. Snyder, Gabriel (July 27, 2006). "U sets sights on ‘Sightings’". Variety. https://variety.com/2006/film/markets-festivals/u-sets-sights-on-sightings-1200338850/। আহৰণ কৰা হৈছে: October 9, 2015. 
  5. "DreamWorks Animation". Box Office Mojo. http://www.boxofficemojo.com/franchises/chart/?id=dwanimation.htm। আহৰণ কৰা হৈছে: October 9, 2015.