সমান্তৰাল বিশ্বব্ৰহ্মাণ্ড সম্পাদনা কৰক

আধুনিক কুআনটাম মেকানিক্ছৰ এক বিশেষ ধাৰণা হৈছে সমান্তৰাল বিশ্বব্ৰহ্মাণ্ড। এই ধাৰণা প্ৰতিষ্ঠিত হৈছে 'মাল্টিভাৰ্ছ তত্বৰ ওপৰত। সাধাৰণতে সমান্তৰাল বিশ্বব্ৰহ্মাণ্ড হৈছে এক কাল্পনিক মহাবিশ্ব। দাপোন এখনৰ সন্মুখত যিদৰে আমাৰ চৌপাশৰ এক প্ৰতিচ্ছবি দেখা যায় ঠিক সেইদৰে সমান্তৰাল বিশ্বব্ৰহ্মাণ্ড এখনত আমাৰ বাস্তৱ মহাবিশ্বৰ প্ৰতিচ্ছবি এক বিশেষ মাত্ৰা অনুসৰি প্ৰতিষ্ঠিত আছে। বিগ্ঞানীসকলৰ মতে আমাৰ বাস্তৱ বিশ্বৰ পদাৰ্থৰ ক্ষুদ্ৰতম কণা পৰমাণু #'মেটাৰ' থকাৰ দৰে আন সমান্তৰাল বিশ্বৰ ক্ষুদ্ৰতম কণা #'এণ্টিমেটাৰ' আছে। আন এক উদাহৰণ:- যদি এজন মানুহ আমাৰ বাস্তৱ ব্ৰহ্মাণ্ডত দূখিয়া,সেই একেইজন মানুহ আন সমান্তৰাল বিশ্বত ধনী হব পাৰে,নাইবা এজন পুৰুষ আন সমান্তৰাল বিশ্বত মহিলা হব পাৰে। বৰ্তমান এনে এখন বিশ্বৰ সন্ধানত বিগ্ঞানীসকল ব্ৰতী হৈ আছে।তদুপৰি মহান বিগ্ঞানী ষ্টিফেন হকিন্ছে তেওঁৰ জীৱনৰ অন্তিম সময়ত এক নতুন তত্ব উত্থাপন কৰিছে যাৰ সহায়ত 'মাল্টিভাৰ্চ' -ৰ ধাৰণা আৰু সম্ভৱপৰ হৈ উঠিছে আৰু বিগ্ঞানীসকলৰ উৎসুকতা বাঢ়িছে। গুঞ্জন দাস (talk) 13:39, 20 July 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক