হামজা বেনডল্লাজ প্ৰবন্ধটোত তথ্যসূত্ৰৰ প্ৰয়োগ সম্পাদনা কৰক

আপোনাৰ ৱিকিপিডিয়াৰ প্ৰ্তি থকা অবদান দেখি আনন্দিত হৈছো| আপুনি সৃষ্টি কৰা হামজা বেনডল্লাজ প্ৰবন্ধটোত বিশেষকৈ স্পাইআই খণ্ডটোত তথ্যসূত্ৰৰ অভাৱ দেখা গৈছে| গতিকে আপোনাক প্ৰয়োজনীয় তথ্যসূত্ৰ দিবলৈ অনুৰোধ জনালো|--সদস্য:Bidyut13

প্ৰতিভাবান ন-সম্পাদকৰ পদক সম্পাদনা কৰক

  প্ৰতিভাবান ন-সম্পাদকৰ পদক

সঠিক পথত এজন নতুন সম্পাদক
নতুন সম্পাদক ৰূপে অসমীয়া ৱিকিপিডিয়াত আপোনাৰ অৱদানৰ বাবে কৃতজ্ঞতা আৰু অভিনন্দন জনাই এই পদক আগবঢ়ালো৷ আগলৈকো একেই উৎসাহেৰে অৱদান আগবঢ়াই যাব বুলি আশা কৰিলোঁ৷- জলি বৰা (talk) 12:26, 22 December 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক


শুভ নৱবৰ্ষ! সম্পাদনা কৰক

Send New Year cheer by adding {{subst:Happy New Year}} to user talk pages.


২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান সম্পাদনা কৰক

প্ৰিয় প্ৰিয়ম প্ৰীতম,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters সম্পাদনা কৰক

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.