অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰিছোঁ। আপুনি কৰা সম্পাদনাত কোনো উৎসৰ উল্লেখ নকৰা বাবে সম্পাদনাসমুহ আতঁৰাই দিয়া হৈছে। আপুনি সেই তথ্যসমুহ যোগ কৰিব বিচাৰিলে লগত নিৰ্ভৰযোগ্য উৎস উল্লেখ কৰিব। অধিক তথ্যৰ বাবে ৱিকিপিডিয়া:উৎসৰ উল্লেখ আৰু ৱিকিপিডিয়া:বিশ্বাসযোগ্যতা পঢ়ি চাব পাৰে। উৎস যোগদান কৰাত কিবা সহায়ৰ প্ৰয়োজন হলে মোৰ সদস্য বাৰ্তাত কথা পাতিব পাৰিব। উদাহৰণ: যদি কোনোবা কিতাপত আপুনি এই তথ্য সমুহ পাইছে তেন্তে কিতাপখনৰ লেখক, প্ৰকাশৰ তাৰিখ, নাম, প্ৰকাশন, আৰু পৃষ্ঠা <ref> কিতাপখনৰ লেখক, প্ৰকাশৰ তাৰিখ, নাম, প্ৰকাশন, আৰু পৃষ্ঠা </ref> বন্ধনীৰ ভিতৰত লিখি দিব পাৰিব! ধন্যবাদ KHI-LAN-TZI 15:53, 8 April 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক


এইখন আলোচনা পৃষ্ঠা বেনামী সদস্যৰ বাবে, যিয়ে নিজা একাউণ্ট সৃষ্টি কৰা নাই বা যিয়ে সেই একাউণ্ট ব্যৱহাৰ নকৰে। এতেকে আমি তেখেতসকলক আই-পি ঠিকনাৰে চিনাক্ত কৰিবলৈ বাধ্য। সেই একেই আই-পি ঠিকনা অনেকেই ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এজন বেনামী সদস্য আৰু যদি আপুনি অনুভৱ কৰে যে আপোনাৰ প্ৰতি অপ্ৰাসঙ্গিক মন্তব্য কৰা হৈছে, তেনেহলে আন বেনামী সদস্যৰ পৰা পৃথক কৰিবলৈ এ টাএকাউণ্ট সৃষ্টি কৰক বা প্ৰৱেশ কৰক