বম্বে ষ্টক বিনিময় কেন্দ্ৰ- [বম্বে ষ্টক এক্সেঞ্জ (BSE- Bombay Stock Exchange)] সম্পাদনা কৰক

বম্বে ষ্টক বিনিময় কেন্দ্ৰ (BSE- Bombay Stock Exchange), বিনিয়োগকাৰীৰ এক চিনাকী নাম। ১৮৭৫ চনত স্থাপিত "বম্বে ষ্টক এক্সেঞ্জ" এছিয়াৰ প্ৰথম আৰু পৃথিৱীৰ দ্ৰুততম এক্সেঞ্জ (৬ মাইক্ৰ' ছেকেণ্ড দ্ৰুতিৰ সৈতে) বুলি পৰিগণিত। গুজৰাটৰ আহমেদাবাদত অবস্থিত ভাৰতৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় এক্সেঞ্জ "India INX" বম্বে ষ্টক বিনিময় কেন্দ্ৰৰ পূৰ্ণ সহযোগী সংস্থান। ১৪০ বছৰৰো অধিক কাল ধৰি বম্বে ষ্টক এক্সেেঞ্জ বিনিয়োগকাৰীসকলক ইকুইটি (equity), মুদ্ৰা (currency), পণ্যদ্ৰব্য (commodity), মিউচুৱেল ফাণ্ড (mutual fund) আদিত বিনিয়োগৰ এক স্বচ্ছ, দক্ষতাপূৰ্ণ বজাৰ উপলব্ধ কৰি আহিছে।

সীতাজখলাঃ দুগ্ধ উত্‍পাদক সমবায় সমিতি লিমিটেড সম্পাদনা কৰক

ঠিকনা: আমলিঘাট, জাগীৰোড, অসম-৭৮২৪১০

হাতিখুজিয়া বাতি সম্পাদনা কৰক

আহোম যুগ ত ব্যৱহাৰ হোৱা এবিধ পাত্ৰ।