-অজয় দাস (বাৰ্তা) 17:32, 29 September 2016 (ইউ.টি.চি.)উত্তৰ দিয়ক

আইদেউ টকীজ সম্পাদনা কৰক

ৱিকিপিডিয়াত যোগদান কৰি অৱদান আগবঢ়োৱাৰ বাবে ধন্যবাদ। পিছে আপুনি যোগ কৰা কিছুমান বাক্য বিজ্ঞাপনধৰ্মী হোৱা দেখা গৈছে। ৱিকিপিডিয়াত সাধাৰণতে বিজ্ঞাপনধৰ্মী লিখা দিয়া নহয়। যেনে:"বর্তমান অ্সম মূলুকৰ বোলছবি জগতৰ সর্ববূহত অনুষ্ঠান আইদেউ টকীজ।" এইশাৰী বাক্যৰ সত্যতা প্ৰমাণ কৰিবলৈ তথ্যউৎস উল্লেখ থকা দৰকাৰ। আপোনাৰ হাতত যদি তথ্যউৎস মজুত আছে তেন্তে যোগ কৰিব।-অজয় দাস (বাৰ্তা) 17:32, 29 September 2016 (ইউ.টি.চি.)উত্তৰ দিয়ক