Jyoti Prakash Nath (talk) 19:02, 19 মে' 2012 (UTC)

আলোকচিত্ৰ প্ৰতিযোগিতা সম্পাদনা কৰক

শ্ৰদ্ধাৰ বিপুল ৰাভা ডাঙৰীয়া অনুগ্ৰহ কৰি অসমীয়া ৱিকিপিডিয়াৰ আলোকচিত্ৰ প্ৰতিযোগিতাৰ নিয়মাৱলী অনুসৰি চিত্ৰ আপলোড কৰে যেন। আৰু যদিহে আপুনি ৱিকিপিডিয়াৰ কাৰণে চিত্ৰত বৰঙণি আগবঢ়াব বিছাৰিছে তেন্তে আপুনি ৱিকিমিডিয়া কমন্স নামৰ ৱিকিপিডিয়াৰ মিডিয়া ভড়ালত আপোনাৰ ছবিসমূহ আপলোড কৰিব পাৰে। Jyoti Prakash Nath (talk) 07:18, 27 মে' 2012 (UTC)