চুলি আৰু নখ সম্পাদনা কৰক

আমাৰ নখ আৰু চুলি সৈতে কোনো স্নায়ুৰ যোগাযোগ নাই। স্নায়ুৰ দ্বাৰাহে আমি সকলো ধৰনৰ দুখ-কষ্ট অনুভৱ কৰিব পাৰো। এতেকে নখ আৰু চুলিত স্নায়ু নাই কাৰণেই ইয়াক কাটিলে আমি কোনো দুখ কষ্ট অনুভৱ নকৰো।

মানুহৰ শৰীৰৰ শক্তি ব্যয় সম্পাদনা কৰক

‌বন্ধু আপোনালোকে জানেনে ১ মিনিটৰ বাবে গভীৰভাৱে কৰা এটা চুম্বনে দেহৰ ১০০ কেল'ৰি শক্তি ব্যয় কৰে ।

ভোগ লাগে কিয় সম্পাদনা কৰক

আমাৰ পাকস্থলীত খাদ্যৰ অভাৱ ঘটিলে পিয়াহ লগাৰ দৰে নিউমোগেচচ্ৰিক নামৰ স্নায়ু শ্ৰেণীয়েই মস্তিষ্কৰ অনুভূতি কেন্দ্ৰক শৰীৰত আহাৰৰ প্ৰয়োজনৰ কথা জনাই দিয়ে। তেতিয়াই আমাৰ ভোগ লাগে।