Dipankar Kakoty
নমস্কাৰ, Dipankar Kakoty
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
|
Ani ttbr (talk) 08:51, 25 অক্টোবৰ 2014 (UTC)
প্ৰিন্স অফ ৱেল্চ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি প্ৰতিষ্ঠান
সম্পাদনা কৰকৱিকিপিডিয়াত লেখা কাৰণে ধন্যবাদ।
প্ৰবন্ধ গ্ৰহণযোগ্য হ'বলৈ অন্ততঃ এটা পেৰাগ্ৰাফৰ প্ৰয়োজন। সেয়ে আপুনি আপোনাৰ উক্ত প্ৰবন্ধটোত আৰু কেইশাৰী মান যোগ দি উপস্থাপনযোগ্য কৰি পেলাওক। কিবা অসুবিধা পালে মোক ফোন কৰিব পাৰে - ৯৪৩৫৭৮১৮৯৬। প্রভাকৰ শৰ্মা নেওগ (talk) 11:36, 25 অক্টোবৰ 2014 (UTC)