AdoroniBot (বাৰ্তা) 04:58, 9 November 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

উল্লেখযোগ্যতা সম্পাদনা কৰক

নমস্কাৰ Dipankar Kashyap। অসমীয়া ৱিকিপিডিয়ালৈ স্বাগতম। শেহতীয়াকৈ আপুনি সৃষ্টি কৰা Dipankar Kashyap প্ৰবন্ধটোৱে ৱিকিপিডিয়াৰ সাধাৰণ উল্লেখযোগ্যতাৰ নীতি মানি চলা নাই। তাৰোপৰি প্ৰবন্ধটো ব্যক্তিবিশেষৰ প্ৰচাৰৰ বাবে সৃষ্টি কৰাৰ দৰে প্ৰতীয়মান হৈছে। সেয়ে প্ৰবন্ধটো ক্ষিপ্ৰ বিলোপনৰ বাবে প্ৰস্তাৱ দিয়া হৈছে। এই বিষয়ত আপত্তি থাকিলে যুক্তিসহকাৰে প্ৰবন্ধৰ আলোচনা পৃষ্ঠাত বাৰ্তা দিব পাৰে। বিলোপনৰ জাননী আঁ‌তৰাই নিদিবলৈ আপোনাক অনুৰোধ জনালোঁ।-Chandan Chiring Phukon Chat 16:41, 10 November 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক