বিষ্ণু শইকীয়া 08:45, 3 নৱেম্বৰ 2014 (UTC)

স্থানান্তৰ সম্পৰ্কে সম্পাদনা কৰক

আপুনি শেহতীয়াভাৱে কৰা প্ৰবন্ধ কেইটামানৰ স্থানান্তৰ কোনো আলোচনা নকৰাকৈ কৰা বাবে পূৰ্ববত কৰা হ'ল। পুণৰাই এনে কাম কৰা আগত আলোচনা পৃষ্ঠাত প্ৰস্থাৱ দিব। উদাহৰণ স্বৰূপে বাৰ্তা:উইলিয়াম শ্বেইকছপীয়েৰ চাওক, ইয়াত আগতে ৱিলিয়াম -> উইলিয়াম সম্পৰ্কে আলোচনা হৈছিল, যিটোক আপুনি অৱজ্ঞা কৰি স্থানান্তৰ কৰিলে। ইতিবাচক দিশত কথাবোৰ গ্ৰহণ কৰি ৱিকিক সমৃদ্ধিশালী কৰা কামনাৰে। বিষ্ণু শইকীয়া 11:39, 4 June 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক