প্রবন্ধটোত ইমান ডাঙৰ ডাঙৰ ফটোৰ কি প্রয়োজন আছে যদি ফটোত ক্লিক কৰিলেই আচল ফটোথন চাব পাৰি? লিখকসকলে আংগিকৰ প্রতিও নজৰ দিয়ক। প্রভাকৰ শৰ্মা নেওগ (talk) 05:18, 23 এপ্ৰিল 2012 (UTC)


প্ৰয়োজন আছে| পেনোৰমা ফটো বাবেই তেনেকৈ ৰখা হৈছে| তাতোকৈ দৰকাৰী আৰু বিষয় হৈছে ইয়াৰ তথ্যসমূহ, ফটোখন নগন্য বিষয়, প্ৰবন্ধটোৱেইচোন অসমীয়াত লিখা হোৱা নাই এতিয়ালৈ|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 13:57, 23 এপ্ৰিল 2012 (UTC)
ময়ো ইমান ডাঙৰ ডাঙৰ দুখনকৈ ফটো প্ৰৱন্ধটোৰ মাজভাগত সংযোগ কৰাৰ পক্ষপাতী নহয়। দেখিবলৈ বেয়া লাগে, পঢ়িবলৈও আমনি হয়। লাগিলে প্ৰৱন্ধটোৰ শেষত দিয়ক।

বাবুল বৈশ্য 02:59, 10 অক্টোবৰ 2012 (UTC)

ভাৰতৰ দ্ৰুতগতিত বৰ্দ্ধিত নগৰ সম্পাদনা কৰক

গুৱাহাটী ভাৰতৰ দ্ৰুতগতিত বৰ্দ্ধিত ৫ম নগৰ নহয়। বিশদ বিৱৰণৰ বাবে এই লিংকটো চাওক- http://zeenews.india.com/business/photogallery/indias-fastest-growing-cities_229.html বাবুল বৈশ্য 02:50, 10 অক্টোবৰ 2012 (UTC)

"Gitartha.bordoloi/গুৱাহাটী"ৰ সদস্য পৃষ্ঠালৈ উভতি যাওক।