ৱিকিপিডিয়ানৰ হাতপুথি খন আঁতৰাই, নিৰ্বাচিত ছবিখন ওপৰৰ দুয়োটা কলমৰ মুঠ প্ৰস্থৰ সমান বহল কৰিও দিলেও বেয়া নহ’ব, লগতে ছবিখনৰ সৰু বৰ্ণনা এটা (দুশাৰী বা এশাৰী) দীপাংকৰ চেতিয়া বাৰ্তা 17:56, 31 মাৰ্চ 2012 (UTC)

এইখনেই ভাল হৈছে| মোৰ দৃষ্টিত| বাকীসকলে কি কয় সুধি চোৱাচোন এবাৰ| বিষ্ণু শ‍ইকীয়া বাৰ্তা 18:44, 31 মাৰ্চ 2012 (UTC)
দীপাংকৰ, ছবিখন বহল কৰি দিলে সমানে দীঘলো হ'ব। ইমান ডাঙৰ হ'লে বেয়া দেখায়। পেন'ৰামা ছবি হ'লে বেলেগ কথা। আনহাতে এতিয়াৰ আকাৰৰখন তলত সোঁমাজত থ'লেও কাষৰ ঠাইবোৰ খালী থাকে। — গীতাৰ্থ বৰদলৈ (talk)
"Gitartha.bordoloi/cover3"ৰ সদস্য পৃষ্ঠালৈ উভতি যাওক।