AdoroniBot (বাৰ্তা) 15:38, 7 August 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

একত্ৰিকৰণ আৰু তথ্যসূত্ৰ দিয়াৰ সহজ পদ্ধতি সন্দৰ্ভত সম্পাদনা কৰক

নমস্কাৰ Hajong People। অসমীয়া ৱিকিপিডিয়াৰ প্ৰতি আপোনাৰ আগ্ৰহৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ।

শেহতীয়াকৈ আপুনি সৃষ্টি কৰা হাজং সকলৰ জন্ম মৃত্যু সম্পৰ্কীয় ক্ৰিয়া কৰ্ম নামৰ প্ৰবন্ধটো এক সুকীয়া অনুচ্ছেদ হিচাপে হাজং জনগোষ্ঠী নামৰ প্ৰবন্ধৰ সৈতে একত্ৰিকৰণ কৰি সমৃদ্ধ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। এই বিষয়ে কোনো কথা আলোচনা কৰিব বিচাৰিলে বাৰ্তা:হাজং সকলৰ জন্ম মৃত্যু সম্পৰ্কীয় ক্ৰিয়া কৰ্ম পৃষ্ঠাত লিখিব পাৰে।

ইয়াৰ লগতে জনাওঁ‌ যে ৱিকিপিডিয়াত কোনো বাহ্যিক ৱেবছাইট বা আন তথ্যসূত্ৰ সহজতে যোগ দিবলৈ এই ভিডিঅ'টো চাব পাৰে।

আশাকৰোঁ আগলৈয়ো আপুনি ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াই যাব।-Chandan Chiring Phukon Chat 14:14, 12 August 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক