Jonali.daschoudhury
4 May 2013 তাৰিখে যোগ দিছে
- নমস্কাৰ, জোনালী দাসচৌধুৰীঅসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ!
আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন।
ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
ৱিকিপিডিয়াৰ বিষয়ে অলপ
সম্পাদনাৰ থুলমুল আভাস
ৱিকিপিডিয়া সম্পাদনাৰ বিষয়ে প্ৰয়োজনীয় আভাস
প্ৰবন্ধ এটা কেনেকৈ আৰম্ভ কৰিব?
সততে উদিত প্ৰশ্নসমূহ
ৱিকিপিডিয়াৰ সম্পাদনাৰ নিয়ম নীতি
ৱিকিপিডিয়াৰ পঞ্চশীল নীতি
ৱিকিপিডিয়া কি নহয়
ইয়াৰ উপৰিও ফে'চবুকত Assamese Wikipedia Community বুলি আমাৰ এটা আলোচনা গোট আৰু অসমীয়া ৱিকিপিডিয়া নামৰ এটা পৃষ্ঠা আছে। ৱিকিপিডিয়ানসকলক লগ পাবলৈ আৰু ৱিকিপিডিয়াৰ বিষয়ে জানিবলৈ আপুনিও সেইবোৰৰ সদস্য হৈ ল'ব পাৰে।আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব।