নতুন প্ৰবন্ধ সম্পাদনা কৰক

অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আপুনি শেহতীয়াকৈ "পপীয়া তৰাৰ সাধু" পৃষ্ঠা এটা সৃষ্টি কৰিছে। কেনেকৈ লিখিব লাগে সেয়া জানিবলৈ অনুগ্ৰহ কৰি ৱিকিপিডিয়া:সৰল সহায়িকা পৃষ্ঠাটো চাব। গ্ৰন্থ এখনৰ বিষয়ে প্ৰবন্ধ কেনেকৈ লিখিব লাগে তাৰ উদাহৰণ "মই ডেচডিম’না হ’ব খোজোঁ" চালে গম পাব। ধন্যবাদ। — গীতাৰ্থ বৰদলৈ (talk) 13:14, 26 June 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক