আপুনি শেহতীয়াকৈ "গোপালপুৰ" নামৰ পৃষ্ঠা এখন সৃষ্টি কৰিছে। অনুগ্ৰহ কৰি গোপালপুৰৰ বিষয়ে আৰু অলপ লিখক। কি কি আছে, কিয় বিখ্যাত, মানুহ কিমান আদি। "ৱিকিপিডিয়া:সৰল সহায়িকা" পৃষ্ঠাখনতো এবাৰ চকু ফুৰাব। ধন্যবাদ। — গীতাৰ্থ বৰদলৈ (talk) 19:30, 6 জুন 2013 (UTC)