প্রভাকৰ শৰ্মা নেওগ (talk) 02:39, 8 ফেব্ৰুৱাৰী 2014 (UTC)

"জিম্মী ৱেলছ" সম্পাদনা কৰক

আপুনি প্ৰবন্ধটোৰপৰা কিছুমান ৰেফাৰেন্স আঁতৰাই দিলে, কিয়? অনুগ্ৰহ কৰি এনে কৰাৰ আগতে প্ৰবন্ধৰ আলোচনা পৃষ্ঠাত আলোচনা কৰি লয় যেন। প্রভাকৰ শৰ্মা নেওগ (talk) 02:48, 8 ফেব্ৰুৱাৰী 2014 (UTC)