প্ৰতিভাবান ন-সম্পাদকৰ পদক সম্পাদনা কৰক

  সঠিক পথত এজন নতুন সম্পাদক
নতুন সম্পাদক হিচাপে অসমীয়া ৱিকিপিডিয়াত আপুনি দেখুওৱা উৎসাহ আৰু অৱদানৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই বঁটা আগবঢ়োৱা হৈছে। আশা কৰোঁ আগলৈও এনেদৰে কাম কৰি আমাক উৎসাহিত কৰি থাকিব৷

- অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ- 𝓚𝓾𝓵𝓭𝓱𝓪𝓻 𝓡𝓪𝓫𝓱𝓪 (বাৰ্তা) 13:40, 1 September 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

ধন্যবাদ আপোনাক। Nang Madhusmita (বাৰ্তা) 07:08, 17 October 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক