জেংগ্জি সম্পাদনা কৰক

নমস্কাৰ Ooarii। আপুনি শেহতীয়াকৈ অসমীয়া ৱিকিপিডিয়াত সৃষ্টি কৰা জেংগ্জি প্ৰবন্ধটো কেৱল যান্ত্ৰিক অনুবাদ কৰিয়েই এৰিছে। প্ৰবন্ধটোৰ তথ্যসূত্ৰসমূহৰ সাংখ্যিক মানসমূহো আনকি এৰি যোৱা হৈছে। ইয়াৰ আগতেও আপোনাক এনেদৰে কেৱল যান্ত্ৰিক অনুবাদ কৰিয়েই পৃষ্ঠা একোটা সৃষ্টি কৰি এৰি যোৱা দেখা গৈছে। অনুগ্ৰহ কৰি নতুন পৃষ্ঠা একোটা এইদৰে সৃষ্টি কৰিয়েই দায়িত্ব নাসামৰি ইয়াক ঘঁ‌হি-পিহি নিমজ কৰাৰ চেষ্টা কৰিব। শুভেচ্ছাৰে। -Chandan Chiring Phukon Chat 03:21, 19 August 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

অনুগ্ৰহ কৰি এই বাৰ্তাটো চাব।-Chandan Chiring Phukon Chat 14:56, 21 August 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

বিলোপন প্ৰস্তাৱ সম্পাদনা কৰক

শেহতীয়াকৈ আপুনি সৃষ্টি কৰা জেংগ্জি আৰু ছাকলা নামৰ প্ৰবন্ধ দুটাত বিলোপন প্ৰস্তাৱ দিয়া হৈছে। এই বিষয়ে আপত্তি থাকিলে যথাযথভাৱে নিৰ্দিষ্ট বাৰ্তা পৃষ্ঠাত আলোচনা আগবঢ়াব পাৰে। শুভেচ্ছাৰে।-Chandan Chiring Phukon Chat 15:03, 21 August 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

বিলোপন প্ৰস্তাৱ সম্পাদনা কৰক

শেহতীয়াকৈ আপুনি সৃষ্টি কৰা গৌড়ীয় নৃত্য প্ৰবন্ধটো সম্পূৰ্ণ যান্ত্ৰিক/নিম্নমানৰ অনুবাদৰ বাবে বিলোপনৰ প্ৰস্তাৱ দিয়া হৈছে। । এই বিষয়ে আপত্তি থাকিলে যথাযথভাৱে নিৰ্দিষ্ট বাৰ্তা পৃষ্ঠাত আলোচনা আগবঢ়াব পাৰে। শুভেচ্ছাৰে। -চন্দন চিৰিং ফুকন ✉️ 00:55, 14 June 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

Speedy deletion nomination of বজ্ৰযান সম্পাদনা কৰক

 

A tag has been placed on বজ্ৰযান, requesting that it be speedily deleted from Wikipedia. This has been done for the following reason:

যান্ত্ৰিক অনুবাদ

Under the criteria for speedy deletion, articles that do not meet basic Wikipedia criteria may be deleted at any time.

If you think that the page was nominated in error, contest the nomination by clicking on the button labelled "Click here to contest this speedy deletion" in the speedy deletion tag. Doing so will take you to the talk page where you can explain why you believe the page should not be deleted. You can also visit the page's talk page directly to give your reasons, but be aware that once a page is tagged for speedy deletion, it may be removed without delay. Please do not remove the speedy deletion tag yourself, but do not hesitate to add information that is consistent with Wikipedia's policies and guidelines. If the page is deleted, you can contact one of these administrators to request that the administrator userfy the page or email a copy to you. চন্দন চিৰিং ফুকন ✉️ 14:40, 16 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

পাৰিবাৰিক জীৱনৰ অধিকাৰ ক্ষিপ্ৰ বিলোপন সম্পাদনা কৰক

 

পাৰিবাৰিক জীৱনৰ অধিকাৰ নামৰ এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ক্ষিপ্ৰ বিলোপনৰ মাপকাঠী অনুসৰি ক্ষিপ্ৰ বিলোপনৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। কাৰণ এইটো এটা উকা পৃষ্ঠা বা এই প্ৰবন্ধত পৰ্যাপ্ত বাক্য নাই, অৰ্থাৎ এইটো ৱিকিপিডিয়াৰ প্ৰবন্ধৰ ন্যূনতম দৈৰ্ঘ্য অতিক্ৰম কৰা নাই। অনুগ্ৰহ কৰি প্ৰবন্ধটোত পৰ্যাপ্ত পৰিমানে (সাধাৰণতে মূল প্ৰবন্ধত দুই অনুচ্ছেদবিশিষ্ট বা ১৫০ শব্দ, বা ১,২০০ আখৰ বিশিষ্ট লিখনিক পোখালি হিচাপে গ্ৰহণ কৰা হয়) তথ্য যোগ কৰি এইটোৰ বিকাশ কৰক। নহ’লে বিলোপ বাৰ্তা সংযোজন কৰাৰ ১০ দিন পাছত এই পৃষ্ঠাটো বিলোপ বা আন প্ৰবন্ধৰ সৈতে একত্ৰীকৰণ কৰা হ’ব।

ক্ষিপ্ৰ বিলোপনৰ মাপকাঠী অনুসৰি, প্ৰবন্ধটো ৱিকিপিডিয়াৰ নীতি অনুসাৰে হোৱা নাই। অনুগ্ৰহ কৰি ৱিকিপিডিয়াৰ প্ৰবন্ধৰ বাবে প্ৰণীত সাধাৰণভাৱে গ্ৰহণযোগ্য নিৰ্দেশনা চাওক, আৰু আপুনি ইচ্ছা কৰিলে আপোনাৰ যুক্তি দেখাই এই বিলোপ জাননীৰ প্ৰতি আপত্তি দৰ্শাৱ পাৰে। লগতে আপুনি ব্যাখ্যা কৰক কিয় আপুনি বিশ্বাস কৰে যে, এই প্ৰবন্ধ অপসাৰণ কৰা উচিত নহয়। ইয়াৰ বাবে আপুনি {{আপত্তি}} টেগ দি প্ৰবন্ধ পৃষ্ঠাত যুক্ত কৰক আৰু প্ৰবন্ধৰ আলোচনা পৃষ্ঠাত আপোনাৰ যুক্তি প্ৰদান কৰাৰ অনুৰোধ কৰা হ’ল। তাৰপিছত অনুগ্ৰহ কৰি আপোনাৰ নিজে তৈয়াৰ কৰা প্ৰবন্ধৰ পৰা জাননীখন আতৰাই নিদিব।

অনুগ্ৰহ কৰি লক্ষ্য কৰক যে, অপসাৰণৰ প্ৰস্তাৱনা কোনো ব্যক্তিগত আক্ৰমণ নহয়। এইখন মাত্ৰ এখন জাননী যি ৱিকিপিডিয়াৰ নীতি নিৰ্দেশনা অনুসাৰে আপোনাক প্ৰদান কৰা হৈছে। ৱিকিপিডিয়াত অৱদান দিয়াৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ আৰু কোনো প্ৰশ্ন থাকিলে আপুনি নিসংকোচে মোৰ আলোচনা পৃষ্ঠাত বাৰ্তা পঠিয়াব পাৰে। চন্দন চিৰিং ফুকন ✉️ 14:45, 16 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক